পৃষ্ঠা:Kirtan Ghosha.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


098 কার্বন-থােক [ pie 45 কিনাে অনুগ্রহ কৰিলা মাধৱ গুচাই মােৰ ৰাজ্য-ভাৰ। মহা জ্ঞানীগণে আকেসে বাঞ্ছিয় মনত বিবেক যাৰ । নবাগ্রোহাে আন মাধৰ তােমাৰ চৰণ-সেৱাত পৰে। মুকুতি-দাতাক আৰাধি খুজিবে আন বৰ কোন নৰে ॥ ১২ হেন জানি প্রভু যত দুঃখ-ভােগ দূৰতে তেজিয়া থৈলল। পৰম-পুৰুষ তােমাৰ চকুণে সদায়ে শৰণ লৈলাে। সংসাৰ-চত চিৰকাল ভ্রমাে তােত নভৈল বােধ। একোৱে প্ৰকাৰে সুখ-শান্তি নাই নিজিনিলাে কাম-ক্রোধ ॥ ১০৩ পা১০২ রানীগণে-গণে।