পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কপুৰ তাম্বুলে কৃষ্ণক চাহিয়া কুঁকীৰ বাখা-পুণ মধুপীয়া গন্ধে চলনে কুফুমে ভূষিত কৰিয়া লাস। ভুঞ্জি অনুৰাগে চাপিয়া কৃষ্ণৰ পাশ ৬ কটাক্ষ-ছটায়ে হাসিয়া লাজে মাতে। আইস বুলি কৃষ্ণে কঙ্কণে ভূষিত কৰত ধৰিয়া হাতে। শয্যাক আনিয়া আশেৰ ক্ৰীড়িল কৃষ্ণে পূৰি তাইৰ মতি। চন্দন-অর্পণ- পুণ্যেসে পাইলন্ত ঈশ্বৰ কৃষ্ণক পতি। ৭ কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন শুঙ্গয় এড়িয়া ব্রীড়া। হৃদয় নত এড়াইলা, মদন-পীড়া। আনন্দ-মুৰ্ত্তিক দুই হাতে হিয়াত আলিঙ্গি ভৈল নিস্পাপ। চক্ষুত ঘষিয়া ৮ খ্রীড়াঙা।