পৃষ্ঠা:Kirtan Ghosha.pdf/৩৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গােপী-উদ্ধ-সংবাদ পড়িল কান্দন্তে চক্ষুৰ পানী। উদ্ধৱে প্ৰবােধ বুলিলা বাণী। এড়া অনুশােচ দেখিবা হৰি। ৰাম বুলি যায়াে সংসাৰ তৰি। ২২ শুনা সৰ্বজন কৃষ্ণৰ বাণী। ভক স্নেহ কৰা চক্রপাণি ॥ কামাতুৰভাৱে ভজিয়া হৰি। তলি এতেকে গােপৰ নাৰী ॥২৩ তাহাকে শান্ত কৰাইল পাছে। ভক্তৰ ইষ্ট কোন দেৱ আছে। আলাস তেজিয়া ভজিয়াে হৰি। সমস্ত নৰে ডাকি বােলা হৰি। ২৪ গােপা-উদ্ধ-সংবাদ সমাপ্ত ॥ ১২।