পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৪ কীৰ্তনখোেখা ৰুণ ঝুণ কৰি নুপুৰ পাৰে। উৎসৰ কৰি মল্ল-বাদ্য বাৱে, অঙ্গ-ভঙ্গি কৰি তাহাৰ ছেৰে। কন্তু নৃত্য অতি আদি দেৱে। ৪১৭ দেখিয়া সমাজে তুলিল হাসি। কৰে সাধুবাদ দাস্ত প্ৰকাশি। সৱে ৰঙ্গ ভৈল কংসত বাজে। হৰি-চৰিত্ৰক শুনা সমাজে। ৪১৮ কেতিক্ষণ পৰা ধৰিলে কালে। মনু-জন্ম নেনা আলে-জালে। শঙ্কৰে কহে এড়া আন কাম। ঘুধিয়ো ঘনে ঘনে ৰাম ৰাম॥ ৪১৯ জয়ক্সিং কীন ঘোষা। এৰি ৰাম নিৰঞ্জন যদুপতি। তুমিসে মাঘৱ মোৰ গতিৰ গতি। ৩৩ পদ। মাৰিলন্ত কৃষ্ণে যেৱে বৰ বৰ মাল। মপ্ল-বাদ্য বাইবে নিবেধিল কংস কাল বস্কিবে লাগিল মহা ক্ৰোধে অন্ধ হই। কিনো অসজ্জন বসুদেৱসুত দুই ৪২০