পৃষ্ঠা:Kirtan Ghosha.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


R তুলি উপরক ফুইলা পাক। আক্ষালিলা বলে মাটিত তাক। মুকুত কেশ হাড় বিহৰিল। ই-ধ্বজ যেন চাণুৰ পড়িল। ৪১২ মুষ্টিককো ৰামে দিলা চাপৰ । কধিৰ ছাদি পীড় পাইল বৰ। ভূমিত পড়িল প্রাণক ছাড়ি। পাড়ে বৃক্ষ যেন বায়ু উভাড়ি ॥ ৪১৩ আসিলা খেদি আউৰ কূট নামে। বাম মুষ্ঠি হানি মাৰিলা ৰামে । তােশল শল ধাইল ক্ৰোধ কৰি। লাঠি হানি দুইকো বধিলা হৰি। ৪১৪ চাণুৰ মুষ্টিক কূট তােশল। মাৰিলে শলকে দেখি বিহবল । আৱৰ মল্ল ভয় হুয়া বড়। প্ৰাণ ৰাখি সৰে দিল লৱৰয় ৪১৫ দেখিয়া পাছে ৰাম কৃষ্ণ বলে। আনিয়া গােপগণ লৈয়া সঙ্গে। দেখায়া মল্ল-ক্রীড়া বিপৰীত। নাচ লােকৰে বঞ্জিয়া চিত্ত ॥ ৪১৬