পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


  • বেলাত পশিল গােপ-পুৰ ॥ ২৩৯

কার্বনবােব (4 55 তােমাৰ মনুষ্য-লীলা দেখিবাে হৰিবি। এহি বুলি স্বৰ্গক গৈলেক দেৱ-ঋষি ॥ ২৩৫ অক্ৰৰক পাথিলা ভােজৰ নিজ নাহা। কৃষ্ণক আনিবে তুমি গােকুল যাহা ॥ শিশু ধৰি তােমাৰে আমাৰে মিৱৱতি । ইটো কাৰ্য্য সাধি মােক দিয়ে দানপতি। ২৩৬ শুনি দানপতিৰ আনন্দ ভৈল আতি। প্রভাতে লড়িলা মধুৰাত বঞ্চি ৰাতি। কৃষ্ণক দেখিবাে আজি কিনাে সুপ্রভাত। জানিলে প্রসন্ন ভৈলা বিধাতা আমাত। ২৩৭ নয়নে দেখিবাে মঞি চৰণ-কমল। আজিসি জন্মৰ মােৰ হৈবেক সফল । দগুৱতে পঢ়িবােহাে কৃষ্ণৰ চৰণে। কৃষ্ণে মােক আশ্বাসিবা মধুৰ বচনে | ২৩৮ খুড়া বুলি কৃষ্ণে মােক কৰিবা সম্বাদ। ব্ৰহ্মাৰ দুৰ্লভ তেৱে লভিবঘা প্রসাদ। হেন মনে গুণি ৰথে চড়িলা অৰ। পা ২৯ মাস্পদ।