পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১৯ বেড়শ কীল ঘােষ। এ বাদ যাদৱ দীন-দয়াল। তুমিসি আমাৰ গতি মুকুছি গােপাল ১৬ পদ । এহিমতে ক্রীড়াতে ৰজনী যায় ক্ষয়। দিন ভৈলে বিৰহে আকুল গােপচিয়। কৃষ্ণ যান্ত বনে তা নেদেখি আমুখে। কৃষ্ণ-গুণ গায়া দিন বঞ্চে নানা দুঃখে। ১৭৩ নিস্তাৰ-কাৰণ নাহি হৰিনাম বিনা। কতাে গাের্পী বােলে সথী কৃষ্ণ-কথা শুনা । বাম বাহুত বাম কপােল খাপিয়া। মধুৰ বেণুক আনি অধৰে অর্পিয়া । ১৭৪ -মধ্যে কোমল আঙ্গুলিচয় চালি।। যেতিক্ষণ বাংলী-ডাক দেন্ত বনমালী। তাক শুনি দেৱ-স্ত্রী সমস্তে মূচ্ছিত। কাম-বাণে চিত্তে আতি হুয়া জৰ্জৰিত ॥ ১৭৫ বস্ত্রো নসৰে মহামােহ হুয়া পড়ে। স্বামীৰ কাছতে পাছে লজ্জা হােৱে বড়ে। হেন হৰি-বিৰহ সহিবাে কেনমতে। আউৰ গােপা বলে সৰে সখীৰ আগতে৷১৭৬