পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি। ক্রীড়িলাকেনে পৰ গােপনাৰী : ১৬০ হােৱন্ত হৰি যদি পূর্ণ-কাম। কৰিলা কেনে গৰিহিত কাম ছেদিয়াে সংশয় কৈয়াে বৃত্তান্ত। দিল শুনিয়া শুকে সিদ্ধান্ত। ১৬১ শুনিয়াে সৰ্বজনে ৰাক্ৰীড়া। বঞ্চিবা যেবে সংসাৰৰ পীড়া। কৃষ্ণৰ কিরুৰে কহে সম্প্রতি। বােলা হৰি হৰি একান্ত-মতি। ১৬২ sos পঞ্চদশ কীর্তন ঘােষা ৷ ৰাম ৰাম বুলি তৰা। ভাই অক্তকে পাইলেক পৰা। ১৫ পদ । পৰমঈশ্বৰে কৰে অকৰ্ম্ম। 'তেজস্বীত কিছু নাহি অথৰ্ম্ম। সৰ্বভক্ষ বহ্নি সৱাকো শােষে। তথাপিতাে যেন নােছােৱে দোষে ॥১৬৩