পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কালিমা কৃষ্ণক আৱৰি গােসকল। হাসিয়া সিঞ্চে যমুনাৰ জল । বন-পদ্ম চায়া এক-দৃষ্টি। কৰিলা দেৱে দেখি পুষ্প-বৃষ্টি। ১৫৬ জলত গােপীক কৃষ্ণেীড়িলা। ভ্রমন্ত যেন গজেন্দ্রৰ লীলা ॥ গােপাগণ লৈয়া উঠিলা পাছে। ভ্রমন্ত বনে যমুনাৰ কাছে । ১৫৭ জলে-স্থলে পুষ্প-সুৰভি বাসে। চৌপাশে গােপী চলে লয়লাসে। ভ্ৰমৰে যােগান ধৰে গুঞ্জৰি। কৰিলা ৰাস-ক্রীড়া দেৱ হৰি। ১৫৮ এহিমতে যত শৰত ৰাতি । শশাঙ্কে ধৱল শীতল আতি । সৱাতাে ফ্রীড়িলা গােল্পী সহিত। বিস্ময় হুয়া পুছে পৰীক্ষিত ॥ ১৫৯ ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি। ইকাৰ্যে ভৈলা অৱতাৰ আসি। পা সু ৰাভা।