পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ঈশ্বৰ সুহি যিটো মূঢ়-মতি। ইফৰ্ম্ম কৰি যাইবে অধোগতি। হক দেখি বিষ খায় আনে। সিজনে যেন মৰি যায় প্ৰাণে ১৬৪ দেহত যাৰ নাহি অহঙ্কাৰ। তাহাৰ কৰ্ম্মত গুচে বিচাৰ।। জগতৰে হৰি পৰম-ঈশ। ইকৰ্মে তাহাঙ্ক কৰিবেক কিস। ১৬৫ যাৰ পাদ-পত্ম চিন্তুি সাম্প্ৰতে। ছিণ্ডে কৰ্ম্ম-বন্ধ হেলে ভকতে। ধৰিছা লীলা-তনু হেন হৰি। শুনা কথা তা সংশয় এড়ি। ১৬৬ জগত-অন্তৰ্যামী নাৰায়ণ। তান কোন পৰ-দীৰ-গমন॥ যাহাৰ স্মৰণে পাতক মোষে। তাষ্ণ কি কৰিব ইসৱ দোষে। ১৬৭ শৃঙ্গাৰ-ৰসে যাৰ আছে ৰতি। আকে শুনি হৌক নিৰ্মল মতি। ভকতৰ পদে আপুনি হৰি। ক্ৰীড়িলা ৰঙ্গে নৰ-দেহ ধৰি। ১৬৮।