পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৪ লক্ষী তোমাৰ জনম নিমিত্তে অধিকে গোকুল বাঢ়ে সম্পনে। | লক্ষীও সাক্ষাতে, ব্ৰজত বঞ্চ সুখে বঞ্চে সৰ্বজনে॥ ৮৪। তোমাতেসে প্ৰাণ সুম্পি গোপীচয় চাই ফুৰৰ দশোদশ। গুচোক নিকাৰ প্ৰাণৰ বল্লভ দেখা দিয়া জগদীশ। শৰত কালৰ বিকশ পদ্মৰ উদৰৰ শ্ৰীক নিন্দে। | হেনয় নেত্ৰৰ কটাক্ষে আমাক মাৰিছা তুমি গোৱিন্দে॥ ৮৫ নিকিনিলা দাসী ভজিলোহো আসি গীততে হুয়া দগধ। কটাক্ষে মাৰিলে বধ নলাগে কি ' অস্ত্ৰে কাটিলেসে বধ। পা পদ + I বিকপদ্মৰ—বিকশিত পদ্ম।