পৃষ্ঠা:Kirtan Ghosha.pdf/২৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মিলি আছে আতি আনন্দ-গৱ। দেখাে ৰােমাঞ্চিত তােমাৰ গাৰ ॥ ৫২ পূর্বতােবাৰাহে আছে আলিঙ্গি। তুমি সৰ্ব্ব কালে কৃষ্ণৰ সঙ্গী। দেখিছা কৃষ্ণক জানাে নিশ্চয়। কহিয়াে আমাত হুয়াে সদয় । ৫৩ মৃগ-পত্নী সখী দেখিলা হৰি। তােমাৰ নেত্ৰৰ আনন্দ কৰি ৷৷ যান্ত প্রিয়া-সমে গতি-বিলাসে। হেৰ কুন্দ-গন্ধ-কুঙ্কুম বাসে ॥ ৫৪ কতত গােপী বােলে শুনিয়াে বাণী। লতাতে কৃষ্ণৰ পুছছা কাহিনী। কৃষ্ণৰ নখৰ পৰশ পাই। দেখা পুলকিত সমন্তে কায়। ৫৫ বােলে বাক্য সৱে উম্মত্তভাৰে। কৃষ্ণক বনত বিচাৰি চাৰে। কৃষ্ণ-গুণ গান্তে প্রেম উপজৈ। কৃষ্ণতে মন সমুদায় মজৈ। ৫৬ পা ৫s | বাতালে।