পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


‘বিব বুলি অমৃতক পিলে যিটো নৰ। মুহিবেক হেন জানা অজৰ অমৰ। যেন তেনমতে মা স্মৰোক সতত। এতেকে মুকুতি পাৱে কহিলে বেকত ! ১২ ব্ৰহ্মাদিৰৰ ঈশ কৃষ্ণ প্রভু ভগৱন্ত। যাত হস্তে পারে মােক স্থাৱৰ পৰ্য্যন্ত। নিৰুপায় হৰিৰ ভকতি মুহি বৃথা। গােপা-গােপালৰ আৱে শুনা পাছ কথা। ১৩ যেৰে সৰে সমীপ পাইলেক গােপনাৰী। তাসক বাক্যে মােহি বুলিলা মুৰাৰি । কুশলে কি আইলা কৈয়াে ব্ৰজৰ কল্যাণ। প্রিয় কৰ্ম্ম কৰাে কিবা কহিয়াে নিদান। ১৪ দুর্যোৰ ৰজনী প্রেত-পিশাচৰ গতি। ঐত নথাকিবা তােদর স্ত্রী-মতি। তোমাসাক নেদেখিয়া পিতৃ-মাতৃচয়। তাসঘাৰ মনে মহামিলিব সংশয়। ১৫ দেখিলাহা ইটো বিকশিত বৃন্দাবন। শশাঙ্কে ধৱল নৱ পল্লৱে শােভন উলটি ব্ৰজক যাহা কান্দে শিশুগণ। তাসক এতিশালি পিয়ােকতন ॥ ১৬