পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


  • ]

শ্রা যাইবে নপাই গৃহ-মধ্যে কতােগােপগণ। মনে ধৰি কৰিল কৃষ্ণ আলিঙ্গন। অনেক জন্মৰ কৰ্ম-বন্ধ কৰি ক্ষীণ। এড়িত তেখণে কৃষ্ণতে গৈল লীন ॥ ৯ পুছে পৰীক্ষিতে শুনি মিলিল সংশয়। জাৰ-বুদ্ধি মাধৱক সেৱৈ গােপীয় । তথাপি মােক পাইলে কিনাে বিপৰ্যয়। বােলা হৰি হৰি যােক পাপৰ প্ৰলয় ১০ বিতীয় ও ঘােষা। ভৱহাৰী হৰি তাৰহু মুকুন্দ মুনাৰি। জনম মৰণ শে সহিতে নপাৰি।২ শুক নিগতি ৰাজা শুনা মহাশয়। গােপিকাৰ মােক দেখি মুহিবা বিস্ময়। ৰে কৰি শিশুপালে লছিল মুকুতি। বুন্ধিক নাপেক্ষে মহৌষধিৰ শকতি। ১১ ঘােষ। ২। ভাবী হরিণী।