পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘোষা কর্পত কুগুল দোলে বেগতে হাষ্ঠিতে চিত্তত ধৰিলা কৃষ্ণে চলে অলক্ষিতে। কতো গােপা যায় গাই দোহনক এড়ি। আখতে থাকিল দুগ্ধ চক সৈতে পড়ি ॥৪ পিয়ন্তে আছিল শিশু তাহাকে নগণি। পতি-শুশ্রুষাকে এড়ি যায় কতাে জনী। কতাে গােপী আছিল স্বামীৰ পৰিশন্তে। আধা ভুঙ্গা হুয়া কত যায় লড়ন্তে ॥ ৫ কৃষ্ণৰ শ্ৰণে যেন হৰি-দাসগণে। এড়ে কাম্য কৰ্ম্ম সৰে তগত মনের কৃষ্ণে হৰিলন্ত চিত্ত হইল চেতন। পিন্ধয় পিৱত নিয়া ৰত্নৰ কণ ৬ হাতত নূপুৰ আড়ে কঙ্কালত হাই। কৰি বিপৰ্যয় পিন্ধে বস্ত্র-অলঙ্কাৰ ! তথাপি কৃষ্ণক পাইলা গােপিকাসকল। ভকতৰ কৰ্ম্ম যেন নভৈল বিফল ॥ ৭ নিৰয় পতি পুত্র ভ্রাতৃ আগ ভেন্টে। গােৱিলে হৰিল চিত্ত তথাপি মুলটে। 'বিমােহিত হুয়া সৰ লৱড়ে গােপিনী। হৰি-ভকতক যেন মলম্বে বিঘিনি # ৮