পৃষ্ঠা:Kirtan Ghosha.pdf/২৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


প্রথম গ ৰাস-ক্রীড়া ঘােষা। বােলা হৰি ৰাম মুকুন্দ মুৰি। বিনা হৰি-নামে ভৰ তৰিতে নপাৰি। PP I শুক মুনি বদতি শুনিয়াে পৰীক্ষিত। কহে ৰাস-ক্রীড়া-কথা কৃষ্ণৰ চৰিত । শৰত কালৰ ৰাত্ৰি আতি বিতােপন। ৰাস-ক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন। ১ ভৈলন্ত উদিত চন্দ্র পুৰ্ব দিশ হন্তে। কামাতু স্ত্রী যেন সন্তাপ মার্জন্তে, অখণ্ড-মৃগুল চন্দ্র দেখিলপ্ত হৰি। কুঙ্কুমে অৰুণ লক্ষী-মুখ-পদ্ম-সৰি, ২ বনকে দেখিলা চন্দ্র-ৰশ্মিয়ে ৰঞ্জিত। সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। ২ শুনি কামে উত্ৰাৱল হুয়া গােপগণে। দিলেক বড় পীত-ধ্বনি-নিৰীক্ষণে। ৩