পৃষ্ঠা:Kirtan Ghosha.pdf/২২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনঘােষা। - জলক্রীড়া কৰাবাহু আক্ষালি। ক্রোধে খেদি আসি দেখিলে কালি তসু সুকুমাৰ জলদ-শ্যাম। প্রকাশে শীতবস্ত্রে অনুপাম ॥ ১২৫ কমল-লােচন মুখ প্রসন্ন। মুকুতাৰ শাৰী-সম দর্শন। উন্নত নাসা মুখে ম হাস। কণ্ঠত কৌস্তুতে কৰে প্ৰকাশ # ১২৬ হিয়াত জিলিমিলি কৰৈ কান্তি। মধ্যতে জ্বলৈ ঐবৎসৰ পান্তি। আজানুলম্বিত বাহু দুখান। চাৰু উৰু কৰ কটি সুষ্ঠান। ১২৭ জজ দুইক দেখি মিলে সন্তোয়। দুখানি পাৱ নৱ পদ্ম-কোষ। আনন্দে জল ফুৰা আউডালি । মসুলে আসি দংশিল কালি। ১২৮ নজানি তােমাৰ পাপী প্রভাব। লাগে মেহ্রাইলেক সমন্তে গাৱ। বিধ লাগি পড়ি আকিলা ঘুমি।:: , মনুষ্য-চেষ্টা দেখায় তুমি ১২৯