পৃষ্ঠা:Kirtan Ghosha.pdf/২০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কাৰ্তন ৩] শিশুলীলা Sac সমন্তে জীৱ জৌতি তেজ জল। সত্ত্ব ৰজ তম ইন্দ্রিয়-বল। ৩০ বল বুদ্ধি কাল কৰ্ম্ম যতেক। সৱাকো গৰ্ভতে দেখি প্রত্যেক । যতেক ধেনু গােপ-গােপীঝাক। যশােদা দেখে তৈতে আপােক ॥ ৩১ পৰম শঙ্কাক পাইলন্ত সতী। অদ্ভুত দেখিয়া বােলন্ত মাতি । কিবা ভ্রম ভৈল মােহক পায়। দেখিলাে স্বপ্ন কিবা দেৱ-মায়া ॥ ৩২ কিবা জানে মায়া মােৰ নয়। কৰিৰে নৱাৰৰ একো নিশ্চয়। মুহিক মােৰ পুত্র মানুষ। এহেন্তেসে বিষ্ণু আদি পুৰুষ ॥ ৩৩ এহি বুলি চিত্তে দঢ়ায়া সতী। কযােড়ে কৰে কৃষ্ণক ভুতি। যিটো ব্ৰহ্ম নােহে তর্ক-গােচৰ। নপাৱে বচনে মনে ওচৰ ৷৷ ৩৪ পাশ. ৩• | জীৱ••••••জল।-তেজ যৌতি যুল।