পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


> 8L কীৰ্তন-ভোষা [ খণ্ড ৮ মণি-মৰকত- থলী নানা মত দীপ্তি কৰে তাৰ কাছে। মহা মনোহৰ দীৰ্ঘি সোব তাৰ মাজে মাজে আছে। চাৰিও কাষৰে পল বাখৰে বান্ধিছে বিচিত্ৰ কৰি। ফটিকৰ ঘাট মৰকত-খাটখৰি॥ ২৭ বৈদূৰ্য্যৰ বাট সুৱৰ্ণ কমল ভেট উতপল ফুলি ফুলি আছে ৰঞ্জি। শোভে চক্ৰৱাক ৰাজহংস-জাক মৃণাল ভুঞ্জে উভঞ্জি। কোন্টা কঙ্ক বক বিবিধ চটক ভ্ৰমন্ত নিৰ্ভয়ভাৱ। অমৃত-সমান জুল কৰি পান তেজে সুললিত ৰাৱ। ২৮ কাষৰৈ -- কাখ। পা ২৭। দ্বী—িীঘি, দিব্য। ২৮। ভ্ৰমন্ত-প্ৰমত্ত।