পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২৪ কীৰ্তন-ঘোবা [ খণ্ড ৬ ভৱ-বৈতৰণী- মাজে মজিলোহো নেড়ে মোক শোক-ভয়। তোমাৰ চৰণে শৰণ পশিলো কৃপা কৰা কৃপাময়॥ ২৩০ আৰু বহুবিধ তুতি কৰি আগে প্ৰাদ পড়িয়া আছে। ভৈলন্ত প্ৰসন্ন ক্ৰোধ-ভাৱ এড়ি হৰি হাসিলন্ত পাছে। প্ৰাদক চাই আনন্দে বোল তিনিও লোৰ স্বামী। বোলা হৰি হৰি সংসাৰক তৰি হুয়োক বৈকুণ্ঠ-গামী॥ ১২৩ একবিংশ কীৰ্তন ঘোষ। স্বামী বাম নেৰো আৰৰ চৰণ তোমাৰ। দূৰ কৰা সংসাৰ-নিকাৰ। ২১ প। বোলন্ত প্ৰহ্লাদ উঠ উঠ। তোৰ ভক্তি ভৈলো মহা তুষ্ট।