পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ২১] প্ৰা-চৰিত্ৰ লৈয়ো বৰ তোৰ যেন মন বৃথা নোহে মোক দৰিশন॥ ২২৩ মোক দেখিলেক যিটোজন। নাহি তাৰ পুনৰাগমন। ভকতৰ পূৰৰ মনোথ। দোে কাম মোক্ষ ধৰ্ম্ম অৰ্থ। ২৩৩ এহি বুলি প্ৰলোভন্ত বৰে। নবান্ত প্ৰহ্লাদ কুমৰে। ভক্তিসি পৰম লাভ জানি। বিষ্ণুক বোলন্ত হাসি বাণী। ২৩৪ জানো প্ৰভু পৰীক্ষা আমাক। সিহেতু বুলিলা হেন বাক। বাঞ্ছে ফল তযু কৰি কৃত্য। সিটো বাণিজাৰু নোহে ভৃত্য॥ ২২৫ তোমাৰ অকাম ভৃত্য আমি। তুমিও নিষ্কাম মোৰ স্বামী। নাহি কাম আমাৰ অন্যথা। সুহি ৰাজ-সেৱকৰ যথা॥ ২৩৬ শুনি নৰসিংহে হাসিল। জানো তঞি ভকত একান্ত।