পৃষ্ঠা:Kirtan Ghosha.pdf/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ১৮] প্ৰাদ-চৰিত্ৰ গদায়ে সহিতে ধৰিলন্তু দিয়া চাম্প। গৰুড়ৰ হাতত বাজিল, যেন সাপ৷ ১৯২ এড়াইল হাতৰ দৈত্য আৰিমুৰি কৰি। লীলায়ে এড়িলা তাক আপুনি নৃহৰি। দেখি দেৱগণে আতি কৰি হৃদি-খে। হৰি হৰি নভৈল দুঃখৰ পৰিছেদ ১৯৩ দৈত্যেশ্বৰে বোলে বল কন্টালিলো আৰ। কৈক যাইবি নৰসিংহ কৰিবো দোহাৰ। এহি বুলি খাণ্ডা বা ধৰি সেহি ছেগে। শ্ৰম কৰি পক্ষী যেন, ধাইল মহাবেগে। ১৯৪ ঘোৰ নাদ তেজি অধে-উৰ্ধে ফুৰে পাক। বাতে লুকায় কায় নাকলিয় তাক। প্ৰহাৰিৰে লাগি ছিদ্ৰ চাহে মহাৰ। বোলা হৰি হৰি পাপ হোক মষিমূৰ। ১৯৫ অষ্টাদশ কীৰ্তন ঘোষ। হৰি ৰাম মুকুন্দ মুখাৰি মোৰ গতি। কৃষ্ণ কৃপা কৰা প্ৰভু ত্ৰাহি ৰঘুপতি। দানৰ ফুৰন্তে যেৰে আছে। দেখি খঙ্গে নৰসিংহে পাছে। পা ঘেষা ১৮ : প্ৰভু হিমোক প্ৰভু