পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোৰ বিহনে হৰ জগত খান তুমিমা সাৰ সংসাৰ। স্বাধীন ফিৰিাৰ কৰি আপোন ইচ্ছাৰে তুমিয়েই মুকলিমূৰীয়া, নেপাতা কালকে। হাত, নধৰ খাটনি; ৰাছা দেশৰ তুমি চিৰ।। (১২) নকবা শুদ’তে মিছা। লুকুৱা মনৰ ভাব মুৰ কথা দি পৰত পৰিঘু বুক্তেও হৃদৰে, শাখাকে গুলুও একা কি দুদি, নাচানক আনে কিন্তু ৪ানে প্ৰকৃতিয়ে। প্ৰতি উৎপন প্ৰকৃতিৰ দেহ, প্ৰকৃতিত ঈৱাত্মাৰ অস্তিত্ব ঞ্জন, প্ৰকৃতি বুকব শীলসংসাৰৰ বেহা- পাপ-পুণ সুখ দুখ জনম মৰণ। প্ৰকৃতিত উদ্ভাবন প্ৰকাশ গুপুত, সঁচা মিছাৰ অস্তিত্বও প্ৰকৃতি বুকুত। (১৩) শান্তিপথ। পিঠিত ভাৰৰ বোজা, হেলায়-হেপায় কলৈনো যোৱা হেৰা মনাই ককাই? জানিছে। যা তুমি সুখপূৰ্ণ ঠাই, শাকি অভিবৰ মনে বোজটি নমাই।