এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কি চোৱা, তেও তাৰ ভিৰাব নোৱাৰে;
বৰ চৌৱাই নিয়ে বিশ্ব অলি পৰে।
অথবা হলেও খন্ম খিলপা খনি,
তেওকি ঘিণায় বাৰু লোকে সোন নি?
যিমানেকি পোঝ সোন জেউতিহে চৰে,
অয়িৰ কোলাত যেন সীতা-সতিজেৰে।
উঠক বিপদ চো বিঘিনিৰ জুই;
চিনি সাধুক থাকে একনিষ্ঠ হই।
যেতিয়া আউসি হলে চন্দ্ৰ হয় ,
জোনাক অভাবে লাগে গত আন্ধাৰ।
পূৰ্ণিমাত জোন যেৰে আৰে আকাশত
আন্ধাৰৰ ক্ষুদ্ৰ সাঁচে ল বুক।
(১৬) স্পৃহা।
গুহে সংস্কাৰ জাজি নৰৰ হিয়াৰ
স্বৰ্গৰ অমিয়া কৰি খৰতৰ উদে
বক প্ৰেমৰ জুৰি ই শাস্তি বাৰ,
পাওক অমৰ স্বাদ মৰ্ত্যৰ মানুহে।
(১৭) ঘৰ জেউতি।
দুখতাপ আন্ধাৰত হিয়া হোউ মই
ঘৰলৈ ওভটা যেতিয়াই,