পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ জেউতিতে ক্ষিপ্ত আলোক টিকে বিপথ দেখায় তেতিয়াই। (১৮) সাহিত্য। পুৰুষে সহিতে প্ৰকৃতি মিলন বিশ্ব সাহিত্যৰ মূল, আয়াৰে সহিতে দেহ। সন্মিলন জীৱন সাহিতা গুণ। উন্টে সহিতে কৰ উৰু বিজ্ঞান সাহিত্য থল, ভক্তিৰে সহিতে সাধনা সংস্ৰ ধৰম সাহিত্য ফল। জাতীয় জীৱন প্ৰকৃতি সহিতে যেমনটি বন্ধেৰে গঢ়া, সেয়েই আমাৰ জাতীয় সাহিত্য- জীৱনৰ বতৰা। = = (১৯) শিক্ষা। এ শিকে লিখি পড়ি, এক শিকে দেখি, আৰু এক শিক্ষা আছে যাক শিকে ঠেকি। এক শিক্ষা আৰোৱা মুজি-মুজি, এক শিক্ষা দেখি অমুক মৰি মুজি। আৰু শিক্ষা সংসাৰৰ পাক ঠেলা খোবা একতিপৰা চিনি বুজি বাছি লোৰ।