এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কল।
ভাগতো দিয়ে থাকে ঈশ্বৰ্যেৰে ভৰা,
সানা নলে সিদ্ধি ৰ পৰা?
(৪) উপেক্ষা।
যিমানে কি কুকুৰে কামোবক লাগে
তেওতো আঠুৰ তল;
শুনে মানুহক কুকুৰ কামুৰি
ললে তাৰ প্ৰতিফল।
(৫) কালৰ প্ৰভাৱ।
আঙ্গো ককাইতে কইছিলে কল,
আমি নাতিহঁতে খাওঁ তাৰ ফল;
ধস্থ কলিকাল! কলৰ কি দশা,
কল সৰু, ঠোকা সৰু, ঠোকত কম এষা!
(৬) উন্নতিৰ চানেকী।
উদৰ সাত পুৰুষ মৰি গৈছে কেচা মঙ্গই খাই,
আমাৰ সাত পুৰুৰ মৰি গৈছে কেকোৰা লাঙ্গল বাই
ভিন্ মুঠেই উদে পানীত বিচাৰে ডাঙ্গৰ মাছ।
আমি হলে পিতৃসম্পত্তিও কোনোকত দিও বাহু।