এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(৭) গালি।
শব্দতাৰ আকাশী চল ভাগি
নপৰিল মই মহা পাপীৰ মূৰত;
তোৰ কৰুণা প্ৰ। দু-আষাৰ গালি
ধ্বনি হল মাত্ৰ বায়ু কঁপাই দূৰত?
(৮) পৰীক্ষা।
শিক্ষা দিছ। প্ৰ। জ্ঞান ইঙ্গিতেষে,
সাধনাও পিছ পুৰুকাৰ,
অপূৰ্ব তোমাৰ ইকি চুল পু
ইন্দ্ৰিয় বিকাৰ - পৰীক্ষা তাৰ?
| (৯) আকাশী বাণী।
বিশ্ব ব্যাপি আছে বিজুলীৰ শক্তি,
ডাৱৰছে দেখে বিকাশ হয়;
বিশ্বব্যাপী মুখৰ আকাশী বাণী।
প্ৰকৃতিৰ কাৰ্যেহে মাখোন কয়।
(১০) সহনি।
বইছে ধুমুহা বই যাওক পাৰ হই
তেহে যদি পোৱা ফৰকাল,
আহিল বিপদ, কৰা আৰু এক্ষন্তে,
পালেহি সম্পদ লুণ কাল।