এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(৭) গালি। শব্দতাৰ আকাশী চল ভাগি নপৰিল মই মহা পাপীৰ মূৰত; তোৰ কৰুণা প্ৰ। দু-আষাৰ গালি ধ্বনি হল মাত্ৰ বায়ু কঁপাই দূৰত? (৮) পৰীক্ষা। শিক্ষা দিছ। প্ৰ। জ্ঞান ইঙ্গিতেষে, সাধনাও পিছ পুৰুকাৰ, অপূৰ্ব তোমাৰ ইকি চুল পু ইন্দ্ৰিয় বিকাৰ - পৰীক্ষা তাৰ? | (৯) আকাশী বাণী। বিশ্ব ব্যাপি আছে বিজুলীৰ শক্তি, ডাৱৰছে দেখে বিকাশ হয়; বিশ্বব্যাপী মুখৰ আকাশী বাণী। প্ৰকৃতিৰ কাৰ্যেহে মাখোন কয়। (১০) সহনি। বইছে ধুমুহা বই যাওক পাৰ হই তেহে যদি পোৱা ফৰকাল, আহিল বিপদ, কৰা আৰু এক্ষন্তে, পালেহি সম্পদ লুণ কাল।