এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বাল্যৰ উন্নতি সাধি
হল পাছে স্বৰ্গবাসী
আহোম গৌৰৱ ৰাশি ৰাৰি চিৰদিন
আহোমৰ দিন’ সেই আহোমৰ দিন।
চুত্যিক্ষা কোৱৰ উঠি সিংহ-আসনত
দুবছৰ ৰা হয় অসম ৰাজত।
{ উ-আদিত্য নাম
হিন্দুনাম অনুপাম,
যোশ-শ সৰি চম) লই ৰাজ্য ভাৰ
সাধিছিলে নানা হিহ ৰাৰ প্ৰজাৰ।
এওঁৰ দিনতে পুৰু ৰামসিংহ আহি
সৈন্ত সমে, আহোক জোকাইছিলেহি।
এইবাৰো ঘাটি হল,
বৰ সো পাই গল,
পলাল মছলমান বাদেশ নই,
ৰজা ৰামসিংহৰ কি চাবা বিলৈ!
তাৰপাচে দুবছৰ অসমৰ ৰাজ
চামফা, হিন্দুমতে নাম ৰামল।
ডেউৰি দিয়া ইতে
তেতিয়া বিদ্ৰোহ পাতে,
মিছিমিৰ বিদ্ৰোহৰো হয় সুত্ৰপাত,
-সেনা গৈ পাছে দায় উৎপাত।