পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কত আলি কত গৰু ৰাট কত বৰ কাম নাই, আছে ভগা চিন, কৰিছে নিচ্ছেন সেই আহোমৰ দিন। কোচ ৰ নৰনাৰায়ণৰ আদেশ ৰাভা চিলাৰাৰে আহোমৰ দেশ। সিকানতে আক্ৰমিলে আহোমৰ হোহকালে, নাৰায়ণপুৰ পাই কোঠ মাৰি ৰ'ল; “গোহাঁই কমহা আলি তেতিয়াই ফল। আহোম সেনাই পাছে পিছলা ভীত আগভেটি কোঠ পাতি ৰল সিকালত। তাতে গৈ চিলাৰায় আহোৰতে ৰণ দিয়ে, গৱে চুক্লেং স্বয়ং ৰণত- ভঙ্গ দিলে চিলাৰায় হই গৰ্বহত। চুখাঙ্কা কোৱৰ উঠি পিতৃসিংহাসন তিনি কুৰি বৰ কৰে সুদীৰ্ঘ শাসন। সিকালতে চিলাৰাৰে ৰণলই সৈন্ত্ৰ নিয়ে; ও পিন্ধাই সেনা আহোমে ৰাখিলে, ব্ৰহ্মণ ও চিলাৰায়ে মুজিলে। + প কৰাৰ বুৰী।