এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২–বুৰঞ্জী গীতি থুপি {১} চৰাই দেও। নমস্কাৰ কৰে, হে চৰাই দেও। আহোম ৰাজ্যৰ ভেটি,
- চি শ বছৰ আগে গিৰিৰ!
দেখাল। বিক্ৰম অতি। ৰগৰ দেৱ আহোম সূৰ্যৰ তুমিয়ে উদগিৰি, তোমাৰ উজ্জল শৃঙ্গমান আজি কালৰ ছাঁয়াত পৰি। ৰাজপুৰি গুচি হা আজি তুমি চাহ বাগিছাৰে পুৰ, তোমাৰ বুকুত ধাইছে সনে টেজৰ কুলীৰে কোৰ। আহোম ৰাজ্যৰ পুৱাত (তেতিয়া বাৰ উনত্ৰিশ চন), বুৰঞ্জীত আঁকা ভোমাৰ মূৰতি সমুজ্জ্বল বিতোপন। ১