এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
আন্ধাৰত থাকি আলোক বিচাৰি
আলো লব খোজোঁ আন্ধাৰক এৰি
আলোক আন্ধাৰ দুয়োকে পাহৰি
পাচেতে আকাঙ্ক্ষা এৰোঁ।
তোমাৰ ৰচিত সভা জগতত
সত্য বিচাৰি ফুৰে।
⸻
১৮
আন্ধাৰত থাকি আলোক বিচাৰি
আলো লব খোজোঁ আন্ধাৰক এৰি
আলোক আন্ধাৰ দুয়োকে পাহৰি
পাচেতে আকাঙ্ক্ষা এৰোঁ।
তোমাৰ ৰচিত সভা জগতত
সত্য বিচাৰি ফুৰে।
⸻