পৃষ্ঠা:Assam Buranji.djvu/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দ্রব্য বস্তু ৰাজহলৈ আনিলে। আৰু ঐ অনিৰ ভায়েক ধনিক বৰ পত্ৰ পতালে, ও কপৌ মৰিয়া নৰহৰিক ভাঙ্গি ঐ নির্ভয়- নাৰায়নক ৰাজমন্ত্ৰি বাবে সহিতে বৰ গােহই পতালে, ও শ্রীনাথক ভাঙ্গি সন্দিকৈৰ ধনিক বৰ বৰুআ পতালে ; নিজে মন্ত্রি ফুকন হৈ বুবা গােহইত খঙ্গেৰে জালৈ জাৰ নাটনি অচিলে, বুবা গােহঁাইৰ ফলিয়া বুলি, তেনে কিচু লােকক দণ্ড বন্ধ কৰিলে। পাচে সৰ্গদেৱে মান ৰজাৰে মিত্ৰত থাকিবৰ নিমিতে তুঙ্গভঙ্গিয়া ফৈদৰে বগা কেঁঅৰৰ জিএকক আনি, জি বুলি সালঙ্কিতাকৈ দোলা আবােআন লালিগিৰি হাতি ঘােৰা আদি দ্রব্যেৰে মান ৰজালৈ দিলে। অহা মানৰ সেনাপতি সকলকে জথাজোগ্যে বঁটা বাহন দি, মানৰ ফৌজক বিদাই দিলে। পৰে ডাঙ্গৰিয়াক আনিবলৈ মানুহ পঠোঅতি ঘৰ পােৰা এবং উপসিকো ৰখ্যা ন পৰা সুনি নহাত, ডাঙ্গৰিয়াই মন্ত্রি ফুকনলৈ সংসই কৰিহে নাহে জেন ভাবি, ডাঙ্গৰিয়াই সুনি অহিৰ বুলি, বৰ গােহাঁই বৰ বৰুআই পৰামৰ্শ কৰি, ১৭৩১ সঁকৰ সাওনত কপূচিং চুপাদাৰৰ হতুআই মন্ত্রি ফুকনক কটাই সর্বস্ব লুটিলে। তথাপি কচিনাথ ডঙ্গৰিয়াই উজাই নাহি দিহিঙ্গিয়া বৰফুকন প্রভিতি সকলাে ফুকন ৰাজ খােআৰে পৰামৰ্শ কৰি, ৰাজেশ্বৰ সিংহ সৰ্গদেৱৰ পুতেক ৰত্নেশ্বৰ সৰু এনা গােহই দেও, তেঁওৰে পুতেক বিজই বৰ মুৰা গােহই