পৃষ্ঠা:Assam Buranji.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ৫৫ ৱত বিবাহ দি দেসলৈ গল । এই আপাহতে সগদেৱে বকতিয়ালৰ গেন্ধেলা বৰ বৰুক কিতিচন্দ্র নাম দি জাপিত সােনৰ চুলা ও বব চৰাত বহিবলৈ তলচা দিলে ; আৰু পাচৰ জিয়া ৰজা পােআলি কেইটা বৰ বৰুআই জনাই লৈ, ঐ বহি- য়াল বৰুআৰ তাবে দি ডগিৰ চামিল কৰিলে। পাচে জোত- কৰ মনিপুৰিয়া মানুহ খনিক দিচে কাসবতে খাত পতাই থলে। মনিপুবিয়াকে এই সেত মগল বোলে ; এই কাবিন ঐ খাতক মগলুখাত বোলে। আৰু এও কুঁঅৰি এই খনতে এটা পুখুৰি খনালে ; তাকে। মগলু জিএকৰ পুখুৰি বোলে। পাচে সগদেৱে হৰগৌৰি দেৱালই কবিলে। এনেতে বব গােহাঁই ডাঙ্গৰিয়াই চকৰিকেট নামে এখন বুৰঞ্জি উলিয়াই, বকতিয়ালৰ ঘৰ জলবটা বুলি কোঅ সুনি, বৰ বৰুৱাই নৰাৰ পৰা বঙ্গহৰ মানুহ আনি দি, অচল অহম হই জেন বুজাই, সগদেৱত জনালে বােলে, বন্দি প্রধান হৈ খাতে এই বেৱস্থা ; অগলৈ বা কাৰ ঘৰৰ গুৰি কি লিখি খই, আৰু ৰজা ঘৰৰ বা কোন কথা কেনে দৰে লিখে ; এতেকে অহম ভাঙ্গুৰিয়া কাকতি কটকি জাৰ জাৰ ঘৰত জত বুৰঞ্জি আচে, সকলাে খনি আনিব দিওক। এই ৰুপ জনালত সগ- দেৱে আজ্ঞা কৰিলে ; তদনুসাৰে দেত জাৰ জাৰ ঘৰত কুৰঞ্জি আচিলে, সকলে খনি সগদেৱে চাবলৈ বিচাৰিছে বুলি কৈ, জি কেই খন পালে তাকে চপাই লৈ, তাৰে জি কেই