পৃষ্ঠা:Assam Buranji.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বচৰ। এওৰে পুত্র ত্যাওখুঞ্জাও ৰজা, ভােগ ১৫ বচৰ। এওৰে পুত্র ত্যাওখুন ৰজা হল। | সম্পতি খুলাই প্রস্তাও লিখা জাই। ঐ খুনলাই মুং ৰিমুৰামতে ৰজা হৈ, ৭০ বচব ভােগ কবি স্বাগ হল। ইন্দ্ৰৰ সাপ দ্বাৰাই চৰগলৈ জাব নােআৰিলে। পৰে এওৰে পুত্র ত্যাওআই জ্যোতফা ৰজা হল ; ৪০ বচৰ ভােগ কবি অপুত্ৰক হৈ স্বর্গি হল। এঁৱেই ৰজা হােআ বচৰৰে পৰা সঁকাদিত্যৰ সঁকৰ দৰে চলিবলৈ লেংচং অর্থাত এক দুই ক্রমে লাক্লি অর্থাত সঁক চলাই ; এই হেতুকে এই লাক্লিকে আইজেপি লাক্লি বোলে, ও নৰা এবং মান দেসতত এই লাক্সি চলিত হৈ আচে। পাচে অৰাজক হলত পাত্র মন্ত্রি কটকি পঠাই মুংখুমুং- জাও দেসব ঐ তাওখুজুন ৰজালৈ জনালত তেঁওৰ পুত্র খাম্পং- ফাক পঠাই দিলে। পঠোআ কালত ত্যাওখুন ৰজাৰ ভােগ ১১ বচৰ হৈচিলে। পচে খাম্পংফা আহি ৰজা হৈ ২৫ বচৰ ভােগ কৰি, জ্যেষ্ঠ পুত্র খামৃত্যাফাক নিজ দেসতে ৰজা পাতি, কনিষ্ঠ পুত্র খামূত্যিপ ফাক মাউলুঙ্গ দেশলৈ ৰজা পাতি পঠাই স্বর্গি হল। পাচে মাউলুঙ্গতে খামত্যিপফা ৰজা ৫০ বচৰ ভােগ কৰি স্বর্গি হল। তপুত্র নিফামাউ ৰজা হল, ভােগ ৪০ বচৰ। তপুত্র চুখুংফা ৰজা, ভােগ ৪১ বচৰ। তপুত্ৰ চুকাইফা ৰজা, ভােগ ৩৪ বচৰ। ততুপুত্র চুহেনা