পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিব্য অস্ত্ৰ শস্ত্ৰ যত যাক সম নাই ভূমিভাগে। শত্ৰুচাপ সম ধনু পণ্ডিত ভাৰ্গৰ বুধ ডাহিনত শৰে ভৰি তূণ ইহাক সমুখে তই বৃহস্পতি সম নয় এহেস্তে আমাৰ গুৰু দ্ৰোণ॥ ১৯৭ ১৯ ৰথখান নডাকিবি একোকালে গুৰুক যে প্ৰতি প্ৰতি কৰি বোলো তোক। সুৱৰ্ণ ৰচিত চিত্ৰ যাৱে গুৰু নোজোকান্ত মোক॥ পূৰ্ণিমাৰ চন্দ্ৰ সম মহাৰথীগণে যাক শ্বেত যে চামৰে ঢ়োলৈ যাক। হেমদণ্ড সহস্ৰেক ঘনে ঘনে চায় আমাক॥ ১৯৭২০ স্থৱৰ্ণে মাণিকে কাম সমস্ততে পাৰগত বাম কৰে ধৰি আছা। ধৃতৰাষ্ট্ৰ নৃপতিৰ হস্তীযূথ আগে পটোৱাৰি। দ্ৰোণৰ পাচত আৰ আগতে যোগাৱৈ শাৰী শাৰী॥ ধ্বজ আগে হুৱৰ্ণৰ খেদি মই নুযুজিবে৷ সূৰ্য্য সম চাহন নযায়। মহাবীৰ পৰাক্ৰম অৰ্দ্ধচন্দ্ৰ বিশ্বৰ সমান আমাৰো পৰম স্নেহ ৰথৰ উপৰে দেখা আগে পাচে বেঢ়ি আছে এহি দুষ্ট দুৰ্য্যোধন ৰায়॥ ১৯৭২১ কলীয়া বসন পৰিধান সুবৰ্ণৰ বৰ্ণ সম বিৰাট পৰ্ব্ব, > চামৰ সহিতে দেখা নাগধ্বজগোট জ্বলে ব্ৰহ্মা বিষ্ণু শঙ্কৰত নমা। তনয় কুনয় জ্যেষ্ঠ সুন্দৰ শৰীৰ যাৰ ধনুখান জ্বলে দেখা ধনুৰ্দ্ধৰ যম সম গুপুত্ৰ এহে অশ্বত্থামা। ১৯৭২২ কুইৰো যেন এক দেহ ছত্ৰেক ধৰিয়৷ তুলি | ৰাজশ্ৰী সম্পদত শীত যে বসন ধাৰ ৰথৰ পাণ্ডুন চাবি ফোঁন। নাগকক্ষণ ধ্ব গোট মুদ্ধক আক্ৰান্ত কবৈ পতাকাত লাগিন গাজোৰ 8 1 বাৰিষাৰ মেঘ সম 1 ⠀ ধনুৰ টেঙ্কাৰ ঘনে ঘন। দুৰ্য্যোধন নৃপতিৰ আতেসে সকলো গৰ্ব আমাৰ বিপক্ষ এহি কৰ্ণ॥ ১৯৭২৩ শ্বেত যে পতাকা যাৰ হুৱৰ্ণ কিৰীটি খান ধ্বজগোট জ্বলৈ যেন সূৰ্য্য। মহাৰথা সমূহৰ চিত্ৰকৰে লগাইল৷ বৈদুৰ্য্য॥ সুৱৰ্ণে মাণিকে কাম শত্ৰুচাপ সম ধণ্ড হাতে। গৰ্জন কৰস্তে আছে কৌৰৱৰ শত ভাই ধৱল ছত্ৰেক যাৰ মাথে॥ ১৯৭28 আন যত বীগণ স্থৱৰ্ণৰ পঞ্চ ভাষ ইহাতেসে সমস্তৰে গহ। জয় নমো নাৰায়ণ মাথাৰ উপৰে জ্বলৈ মিলাইল ভাৰত যুদ্ধ ‘মাজত দেখাহা যাক এহেস্তেসে ভীষ্ম পিতামহ | হেন কৃষ্ণ পদ সেৱি জ্বলে আতি ৰথখানি কোনে মোক যুজিবেক আটে। আছন্তেকি ভীষ্ম দ্ৰোণ কৃপক সম্মুখে যোৰ ৰথখান ডাক তই ঝাণ্টে॥ ১৯৭২৫ যমপুৰ তৰিয়োক নৃপতিৰ অনুগত আমাৰো পৰম মান আসি আছৈ কৌৰৱৰ যদুকুলে ভৈলা অৱতাৰ।

  • T

পৃথিৱীৰ সংহৰিলা ভাব আদি দেব সনাতন বধিলা দুবাৰ দৈত্য শুনিয়ো ভাৰত মনে কৰি। ৰচিলা কংসাৰি কবি সবাৰে মুকুতি হোক ডাকি সবে বোলা ৰাম হৰি॥ ১৯৭২৬ পাধি বীৰগণসহ অৰ্জুনৰ যুদ্ধ এহি শুনি ৰখখান ডকাইল উৱৰে। বায়ুবেগে চাৰি খোৱা ফুৰাই চাতালে।