পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৩২ অস্থি মজ্জ৷ ভেদিবেক হৃদয়ত শৰ হানি পিণ্ডকো নথৈৰে কাৰে৷ সঞ্চ॥ ১৯৬৪৪ আমাৰ যে অপৰাধ দেখিয়োক ভীষ্ম কেন উচিত বচন সবে সেই। শত্ৰুৰ যে গুণ যত গুৰুৰে৷ যে দোষ ভৈলে কয় পুত্ৰক শিষ্যক দুই ক সমুচিত হেনসে যুৱাই। এতেকে আমৰা ভৈলে৷ তোমাঠেৰ কিছো গঙ্গায়ে৷ বোলস্ত শুনা ক্ষমিয়োক গুৰুদ্ৰোণ নৃপতিৰ এৰা সবে দোষ। কৰ্ণে যত বুলিলন্ত সিনো কাত কৰিবেক ৰোষ॥ সমৰত কটকত কৃপৰ বচন যত ক্ষত্ৰিয়ৰ হেন ব্যৱহাৰ। আপুনাৰ মাজে যেৱে উছাহ বঢ়াবে কেহো তেজ বৃদ্ধি কৰাই ৰাজাৰ॥ ১৯৬৪৬ ক্ষমিয়ো আচাৰ্য এৱে কহৰয় প্ৰস্তাৱত তুল্যভাৱে প্ৰবৰ্ত্তিব সবে মিলি দ্ৰোণক যে শাস্ত্ৰত বিহিত যেন বেদ। পাণ্ডৱৰ হিত পক্ষ দোষ নাই॥ ১৯৬৪৫ গুৰুপুত্ৰ অশ্বত্থামা হেন শুনি দুৰ্য্যোধন তোমাত আমাত বিন! অন্যো অন্যে নকৰিবা ভেদ। অনেক কাকৃতি স্তুতি পৌষ বচন সত্য দ্ৰোণক কৰাইলা ভীষ্মৰ বচনে মই মহাভাৰত গুৰুপুত্ৰ নুহি ইটো ভাল। আমাক বুলিবে আউৰ সবে সত্য স্বৰূপত অৰ্জ্জুন আসয় যমকাল॥ ১৯৬৪৭ ভিন্ন ভাৱ এৰা সবে ৰূপগুৰু দ্বিজবৰ সধে হস্তে কৰিয়া প্ৰণাম। উপশান্ত কৰায়োক কৰ্ণ আৰু দুঃশাসন হাসি হাসি বুলিলা আচাৰ্য্য। কৰযোৰ বুলি তেৱে উপশাম॥ প্ৰথমতে ক্ষেমিলোহে৷ বিস্তৰ নলাগৈ হেন চিন্তিয়োক আন সব কাৰ্য্য॥ ১৯৬৪৮ শুনিয়োক ভীষ্ম কণ সবে হন্তে দেখা কৰিয়োক বুদ্ধি সন্ধি অৰ্দ্ধেক যে কটকৰ অৰ্জ্জুন 'আসয় যেনকাল॥ তুমি আমি কৰ্ণ কৃপ শুনিয়োক গঙ্গাহুত ভাল ভাল ৰথ গজ বাজী। তেহ্ৰয় বৎসৰ গৈল অৰ্জ্জুনক যুজিবোহো আজি॥ ১৯৬৪৯ তুমি বৃদ্ধ বহু শ্ৰুত নমো নমো নাৰায়ণ আমাৰ সন্মত হেন. যেৱে ভাল। পণ্ডিত অগ্ৰত গণি যাক। হৰিৰ চৰণ সেৱি শত্ৰুক যিমতে পাৰি ভাৰতক শ্ৰৱণৰ বেহুখান পাতিয়োক ভীষ্ম তুমি কহিয়োক আক। কলিৰ কল্মষ ভেদ সবে মিলি একে চিপ ভাৰত কাহিনী মনোনীত। যাৱে জীব৷ ইহলোক নউ যাই পাণ্ডৱৰ কায়বাক্যমন কৰিব পদবন্ধে কৰিলা বিচিত্ৰ॥ ১৯৬৫০ শুনিয়োক সৰ্ববজন কায়স্থ কংসাৰি কৰি শুনি নৰে পুণ্যক সাঞ্চিব। কতেক বৰ্ণাইবো ফল যমপুৰ হেলায়ে বঞ্চিব॥ ভৱবন্ধ পৰিচ্ছেদ নলঙ্ঘিব দুঃখ শোক মৰি যাইব বিষ্ণুৰ ভৱনে। কৃষ্ণক হৃদয়ে ধৰি মুখে নাম লৈয়োক সঘনে। ১৯৬৫১ ভীষ্মৰ কালচক গণনা, গৰু সহ দুৰ্য্যোধনৰ পলায়ন আৰু কুৰুৰীগণৰ সৈতে অৰ্জুনৰ যুদ্ধ পদ বৈশম্পায়ন বদতি শুনিয়ো নৰনাথ। ভীষ্মে কালচক্ৰ গণি কহিল৷ ৰাজাত॥ ক্ষণলগ্ন মুহূৰ্ত্ত গ্ৰহৰ অহোৰাত। মাস পক্ষ ঋতু জুৰি বৰিষ লেখাত॥ ১৯৬৫২ বৰিষেক ভৈগৈলে দ্বাদশ দিন বাড়ে। বাহুয় বৎসৰ গৈলে অধিমাস পৰে।