পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপুনিসে আপুনাক কাৰ উৰুৱাইয়া আছা চাই॥ ভীষ্ম দ্ৰোণ কুক্ৰায় সবে মিলি অৰ্জ্জুনৰ আৱৰ সসৈন্যে সবে সাজি। কৃপৰ বচন যত হাতৰ এৰায়ো যেে তেৱে জানা উপজিলে৷ আজি॥ ১৯৬৩৬ সংক্ষেপ যে পয়াৰত কৰ্ণৰ ভিতিক চাই এহিমানে ভৈল অৱসান। এহিক্ষণে জানা কৰ্ণ কোপে মুখ অগনি সমান। মৎস্যৰ সীমাৰ নতু যেতিক্ষণে গৰু জিনি নতু পাৱা হস্তিনাপুৰক। ৰাজা সমে বসিয়া তেতিক্ষণে আপুনাৰ মুনিষ বখান! ঐত মহন্ত জনৰ কৰ্ম্ম তুমি আমি সমুদায় মিছাতে লপস্তে আছা কিক॥ ১৯৬৩৭ চৰাচৰ লোক যত অশ্বত্থামা বুলিলন্ত হাত ফুৰাই পাবা যেৱে মাথ॥ জগত দহস্ত বহ্নি গৰু নতু জিনি লৈয়া তুমি কৰ্ণ আপুনাক বিৰাট পৰ্ব্ব আনে যশ কৰিবে প্ৰখ্যাত। অম্ভৰ হৱন্ত এৱে কহিৰ শকুনি শুনা হস্তিনাপুৰক যাহা সভাত। সবাকে পৃথিবী বস্তু তেৱে কথা কহন্ত কাহাত॥ ১৯৬৩৮ প্ৰত্যক্ষে আদিত্য দেৱ জগতে কৰিয়া সেৱ তুমিসে প্ৰধান যত বীৰত্ব কৰিব৷ গৈ চৰাচৰ কৰম্ভ প্ৰসন্ন। তেহে কথা কন্তু কাত তথাপিতো মৌনে যাস্ত তাকে বুলি বৰৰ লক্ষণ॥ তাকেসে বুলিব সবে আপুনাক কৰন্ত বখান। কূটনাট অনৰ্থৰ মূল॥ কহিতে আছাহা শুনি মহমহ দেখুৱাৱা ছাগলৰ কাটি আছা কাণ॥ ১৯৬৩৯ গান্ধাৰ ৰাজাৰ পুত্ৰ দুৰ্য্যোধন ৰাজাৰ মাতুল। কদলৰ মহাপাত্ৰ 1 1 তুমি আউৰ দুঃশাসন অৰ্জ্জুনক যুজ৷ চাৰি হস্তে। ভালক বোলস্তে কিয় কুবংশ পৃথিৱীত দোষ হোৱে দ্ৰোণৰ কহস্তে॥ ১৯৬৪০ ফলে পুষ্পে হুমণ্ডিত তাহাৰ মাজত বৃক্ষ সাক্ষাতে আনন্দ বনখণ্ড। বৃক্ষৰ কোটৰ অগ্নি অৱতাৰ উদও প্ৰচণ্ড॥ কালানল জ্বলে এবে শকুনিৰ কূট পাশে কৰ্ণ ভৈল সহায় বতাস। কোন যুদ্ধে পাণ্ডৱৰ কৌৰৱৰ মিলিল বিনাশ॥১৯৬৪১ কোন যুদ্ধ কৰি তুমি সহদেৱ নকুলক এৰিলাহা নীতি ব্যৱহাৰ। ৰত্ন ভূমি সকল ক্ষত্ৰিয়ৰ নয় তুমি ১৩৩১ নৃপতি সহিতে কৰ্ণ বনবাসে কৰাইলা নিকাৰ। ৰজস্বলা সময়ত বসতি লৰয় এৱে মিছ৷ পাশে পাগুৱক কোন যুদ্ধে জিনিলা ভীমক দুৰ্য্যোধন ৰাজা মুখ্য ক্ৰোধত অৰ্জ্জন যম শকুনি ভৈলেক শনি তুমি সবে যুজা আজি সবন্ধু-বান্ধৱ সবে যুধিষ্ঠিৰ ধৰ্ম্ম নৃপতিক। আৰ ৰূপ আমাৰ তিলৰ কুশৰ আমি পাচগুচি থাকো ৰাজাৰ হৰিষ বৰ অৰ্জ্জুনৰ গাণ্ডীৱৰ চুলে ধৰি নিলি দ্ৰৌপদীক। শোশি কৰিব ইন্দ্ৰগ্ৰন্থ৷ কাঢ়ি লৈলা অৰ্জুনক জিনিলাহা ৰাজ্যধন কাঢ়ি লৈল৷ বঞ্চি। কোন যুদ্ধে জিনিলাহা ধনক৷ ১৯৬৪২ কোন যুদ্ধে জিনিলাহা আজি আসি কৰিব নিসঞ্চি॥ ১৯৬৪৩ মুযুজিবো পিতাপুত্ৰ মমাই। এক যন্ত্ৰে সভা লাগি বনবাসে খেদিলাহা জ্বলন্ত অগ্নিৰ সম তিনজন বিগ্ৰে এৱে যুদ্ধ চাই কৃত্যপাশ শৰজালে ধ্বংস।