পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3000 কৌৰৱৰ খাই তুমি ভৈল৷ মূল দণ্ডি॥ ১৯৬২৭ অৰ্জ্জুনক বৰ বুঞ্জা মোৰ পৰক্ৰিম। আসোক অৰ্জ্জন মই আছে৷ তাৰ যম # একেশ্বৰে আজি দেখিবে পাত্ৰ সমাজ কৌৰৱৰ হৃদি বাহুয় বৎসৰ মোৰ শৰজাকে শৰ বৰিষণে অকণ্টকা কৰো ৰাজ॥ ১৯৬২৮ আসি আছে ধনঞ্জয়। ৰাজ্য আশা এৰি হুইবেক লক্ষ অক্ষয়॥ নুমাই এৰে৷ সমৰত। শৰে হানি ধ্বজ ঝাম্পে সহস্ৰেক পৃথিৱী মণ্ডল চৰ্চ্চা পাণ্ডৱক কৰ্ণক সম্বৃধি পাচে শেল গুচাই তেৱে মুনিষ বখানা মাৰে৷ অৰ্জ্জুনক চাৰিয়ে৷ পাশুৱে খাটে আসি কৌৰৱত॥ ১৯৬২৯ বানৰ কেতুক কৌৰৱৰ মাজে তুমি ভূমিতে পাৰি পেলাওঁ। মহাভাৰত তপ কৰি আৰ দান দিবে৷ তাক ৰাজাৰ কুনয় যত একগোটা বৃক্ষক যে নুশুনো অৰ্জ্জুন নাউ ১৯৬৩ অৰ্জুন অগনি কৰ্ণক ৰূপ আৰু অশ্বত্থামাৰ অৰ্চন' আৰু ভীষ্ম প্ৰভৃতিৰ দ্বাৰা প্ৰোণক সান্ত্বনা ছবি আউৰ যেন মই শুনিয়োক ৰাধাৰ তনয়। ৰূপে হেন বুলিলন্ত সবাহানে মিলাইল৷ প্ৰলয়॥ ধূমকেতু পৰিলাহ। তুমি সবে কৰাইলাহা প্ৰজাৰ চিন্তিলা মহাকাল। কৰৱতে ছিৰি যেন মাজতে কৰিল৷ দুই ফাল॥ ১৯৬৩১ ভাই ভাইৰ মাজে তুমি বঢ়াইল৷ বিৰোধ ভাৱ সুহৃদৰ কৰিলাহা ভেদ। অবিলম্বে পাইবা ফল সবাৰে হুইবেক কঙ্কছেদ॥ সৰ্ব্বকালে কৰ্ণ এই । অপাৰ সাগৰে তুমি সমদলে নাই বুদ্ধি সন্ধি। একেশ্বৰে অৰ্জ্জুনক গলত বিপুল শিলা বান্ধি॥ ১৯৬৩২ জ্বলন্ত অগ্নিক এহো কাল দেশ পাত্ৰ কাৰ্য্য অসদৃশ এৰা ফটাই টাই। তুমি হেন একলক্ষ সিংহক যুজিবে হস্তী যায়॥ যৈসানি গন্ধৰ্ধ্বে এই সবে যাইবা বসাতল অৰ্জ্জুনেসে একেশ্বৰে যুদ্ধ লাগি কৰ| টম টম। যুদ্ধকেসে বাঞ্ছা কৰা একেশ্বৰে যদুবংশ সান্তৰিয়া পাৰ হুইব। কোন পদে যুক্তিবাক সম॥ ১৯৬৩৩ সুৰাহুৰ নাগ যক্ষ্ যুক্তিবাহা কৰ্ণ তুমি অনেক যতনে সাজি প্ৰাণ ৰাখি আসিলি পলাই। অঞ্চলে বান্ধিব৷ আজি একেশ্বৰে পাৰ্থবীৰে বলাবল মুবুজাহা আনিলন্ত সবাকো মেলাই॥ একেথৰে শঙ্কৰক কৰ্ণে সাব্জি অৰ্জ্জুনক ই তিনি ভুৱনে কোনে হভদ্ৰাক হৰিল৷ খাগুৱে। কৌৰৱক বান্ধি নেই এহি কথা কৰ্ণ তুমি গন্ধৰ্ব্বক জিনি ৰণে অগনিকো তুষিলা খাগুৱে। ১৯৬৩৪ ইন্দ্ৰে যাত হাৰিলস্ত সবাৰে আগৰ হস্তে নিবতি কৱচ কালকুঞ্জ। গন্ধৰ্ব্ব লোকক জিনি দেৱগণে দেখিলা আশ্চৰ্য্য॥ মাৰিলা দানৱবল পাশুপাত অস্ত্ৰ দিলা হবে। যুদ্ধ কৰি তুষিলেক অৰ্জ্জুনক যুজিবেক একে প্ৰভু গোবিন্দত পৰে। ১৯৬৩৫ আনত কহিবা গই আমি সবে জানো মুনিয়াই।