পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩১০ সুশৰ্ম্মাৰ যুদ্ধ

  • 17

মহাভাৰত | কেহে৷ ৰোলে কাটিবে নলাগে এহি ভাল। শৃগালৰ মুখে কৈত ফাড়ি আছে জাল৷ ১৯৩৫ ● ৰাজা গৰু নেদে কোন চৰে গৰু দিব। গৃহস্থৰ পাল কেনে লাৰিকে বিকিব। এহি বুলি একে ঠাইতে কাটি কৰে দাম। হেন অনিয়ম ভৈলা দাৰুণ সংগ্ৰাম॥ ১৯৩৫১ কতো যত্ত হস্তী খেদে দান্তে দান্তে ভিৰি। শুগু তুলি পেলাই মাৰি আছাৰি পিছাৰি। কটো কট৷ ঘোটকত উজন্তি পৰয়। সহস্ৰ সংখ্যাত হস্তী ঘোৰে গৰকয়.॥ ১৯৩৫২ হাড় মূৰ ভাঙ্গি সবে হোৱে মষিমূৰ। এহিমতে মৰি কতো গৈল যমপুৰ। মহাৰথীগণে দেখি ভৈলেক বিস্ময়। সন্ধ্য৷ সময়ত যেন ভৈল মহাযুদ্ধ। কমল পুষ্পৰ বন্ধু অন্ত গৈল সূৰ্য্য॥ কৃষ্ণা যে অষ্টমী তিথি গ্ৰীষ্ম সময়ৰ। ঘোৰ কালৰাত্ৰি যুদ্ধ লাগিল ডাঙ্গৰ॥ ১৯৩৪৩ নিয়মে সমৰ লাগিলেক হুলস্থুল। উখল মাখল যুদ্ধ লাগিল তুমুল॥ অন্ধকাৰ নিশি নজানয় পূৰ্ব্বাপৰ। ত্ৰিগৰ্ত্তক মৎস্যে পাই বোলে তই কোন॥ '৪ মাতবোল বুজি বোলে এহিটে! পৰাঠ i ধৰ ধৰ মাৰ মাৰ ভেটি কাট কাট॥ মৎস্যকে। ত্ৰিগৰ্ভে যেবে চলে বলে পাৱে। হৰিণ পশুক যেন বেঢ়িয়া কোবাৱে॥ ১৯৩৪৫ কতো মৎস্যে আপুনাকে তই কোন বুলি। কাট কাট বুলি খেদি যায় খাণ্ডা তুলি॥ নিজ বাক্য বুঞ্জি বোলে আপুনাৰ লোক। ভালেতো গোসানী আজি ৰাখিলেক তোক॥ '৪৬ ত্ৰিগৰ্ভেয়ে৷ ত্ৰিগৰ্ভক আপুন নজানি। কাটিবাকে৷ খোজে কাৰে৷ চুলে ধৰি আনি॥ মাত বুঞ্জিলেসে বোলে কিয় কাট তই। নকাট ককাই এৰা এৰা ভাই মই॥ ১৯৩৪৭ মৎস্যৰ সেনাক পাইলে কাটয় নুপুছি। ত্ৰিগৰ্ভক মৎস্থ্যে পাইলে মাৰে শূলে খুছি॥ মুঘলৰ কোবে মুগু ভাঙ্গি কৰে চূৰ। যেন মহাযুদ্ধ ভৈল পূৰ্ব্বে দেৱালুৰ॥ ১৯৩৪৮ কতো শতে পঁচিশে পঞ্চাশে হুয়া সাজু। জিত কৰি নিশৱদে লৈয়া থাকে যাজু॥ ছলে পাইলে ত্ৰিগৰ্ভক ধৰি দশে কুৰি। মাৰ মাৰ বুলি বেঢ়ি মাৰে লাখি গুৰি॥ ১৯৩৪৯ কৈৰবা গোৱাল নিয়া বন্দী কৰি থৈয়ো। নাকাটিতে কিলাই আতে গৰু সাধি লৈয়ো॥ কাক শৰ কৰিবে নাহিকে পৰিচয়। ১৯৩৫৩ নাকলিয় ছত্ৰচিহ্ন কাৰ কোন ৰথ। কোন বা মৎস্যৰ সেনা কোন বা ত্ৰিগৰ্ভ॥ অন্ধকাৰ নিশিত মিসল ভৈল দুই। এহি বুলি বীৰগণে এক ভিতি হুই॥ ১৯৩৫৪ হেন ঘোৰযুদ্ধে নিশি গৈল ডেৰ পৰ। মৰিল অনেক সেনা ত্ৰিগৰ্ভ মৎস্যৰ # ৰণ এৰি দুয়োদলে বোলাবুলি কৰি। দণ্ড দুই মানে নিশি জিৰাইল ভাগৰি॥ ১৯৩৫৫ বৈশম্পায়ন বদতি শুনিয়ে। জন্মেজয়। সাত ঘটি নিশা অন্তে চন্দ্ৰৰ উদয়। অন্ধকাৰ নিশি যেৱে ভৈলেক প্ৰসন্ন। পুনৰপি দুয়োদলে কৰিলেক ৰণ॥ ১৯৩৫৬ ৰথীয়ে ৰথীক ধাইল ৰাহুত ৰাহুতে। সেনাপতি পদাতি কটেক এহিমতে। নিয়ম সমৰ ভৈল নাহি আউল জাউল। ছত্ৰচিহ্ন দণ্ড তুলি নচুৱাৱৈ গাউল। ১৯৩৫৭ শঙ্খ ভেৰি কাংস্য বাজে ঊন্মিৰ জোকাৰ। কৰে চাপ ধৰি বীৰে কৰয় টঙ্কাৰ। মৎস্যৰ বেছত আসি পশিয়া ত্ৰিগত্ত। অনেক কটক খেদি মাৰ্কিল লত। ১৯৩৫৮