পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গদ। মুগৰ যেহি যাক চল উৰু শিৰ ভুজ কতো পৰশুৰ শকতি অঙ্কুশ কতো খাণ্ডা ধৰি কেছো চক্কেবাণে মাৰে ভূষণ্ডীৰ বাৰি। ৰাহুতল'কলে পৰিখৰ ঘাৱে বায়ে পেলাই আছাৰি মৎস্যক ত্ৰিগৰ্ভে কতো মাৰে শূলে হানি। কেহো তীক্ষ্ণতৰ ধমুগুণ দিয়া ভূমিত পেলাৱে টানি। ১৯৩৩৫ মাজতে ছিণ্ডই পৰিধে কোবাৱে পাৰে। সহস্ৰ সংখ্যাত কৌতুকে ছেদয় ঘোঁৰাৰ কাটয় গোচ। কাহাৰে৷ বস্ত্ৰত ঘাৱে॥ ১৯৩৩৪ তোমৰ যে ষাঠী কাৰে! কটি কন্ধ কেহো কাকো নুহি উচ দুয়ো হাতে কাটে হস্তীৰ কাটয় শুণ্ড। শনাইত তীখাল শেলৰ জাকত কতে৷ ফুটি মৰে ভুণ্ড॥ ১৯৩৩৬ ধৰস্তে ভৰ্চ্চয় সাৰথি সহিতে ছত্ৰ চিহ্ন দণ্ড দূৰতে ছেদয় কাটে সেহিমতে ধৰি মাৰে কোপে বাণ। কতো পাচ ভৰি ফুটি মৰে মৰ্ম্মস্থান॥ সৰ্প সম খুৰ শৰে। গদাৰ প্ৰহাৰে ওষ্ঠ কণ্ঠ যক্ষ ৰথীক তহিতে মাৰি পেশে যমঘৰে॥ ১৯৩৩৭ চৰিয়৷ মাতঙ্গ পৰিয়া পাব আছাৰে। গিৰপিৰ ভূমিচাল। বৈৰ অন্তকাল শৰ চোটে ছিঙি পৰে। ভৈল খণ্ড খণ্ড চৱৰে লৱৰি বিমাট পা 1 চতুৰ্দ্দিশে ৰোল ধৰ মাৰ টোল কাট কাট কোলাহল। ১৯৩৩৮ কাৰে৷ শিৰ ছেদে ক্ৰোধে অৰ্দ্ধচন্দ্ৰে কাৰো অৰ্দ্ধ মাথা তুগু। কতকৰ শৰে গড়াগড়ি পাৰে যুণ্ড॥ কাৰো নাশা দস্ত মাংসে যে কদম কাটে কটি জামু অঙ্গ। হেন ভয়ঙ্কৰ হস্তী ঘোঁৰা ৰথ কধিৰে বহুৱে গাঙ্গ॥ ১৯৩৩৯ পদাতি সৈন্যক দুয়োদলে বিপৰীত। অবিশ্ৰান্তে দূতে তাৰ নাই পৰিমিত॥ ভূঞাৰ মধ্যত সাৰথি ৰথী মাহুত। শ্ৰীদউল দখা " পৃথিৱী ঢাৰ্কিল নিজ কালবশে হয়ো কাণ হাত ঈশ্বৰৰ নাম ভাগৰিল যমদূত॥ ১৯৩৪০ ভৈলা আঠু সম জ্ঞানী মধ্যে সাৰ আছিলন্ত শিৰোমণি। হৰিপদ সেৱি আছিল সত্য ভৱনি # চলিলা বিষ্ণুভৱনে বিৰাট পৰ্ব্বৰ কোনে লেখিবেক পাপ হৈব ক্ষয় SOOD মিলিল সমৰ পৰিলেক যত নেহেস্তে যোগাস্তে মৃত্যুৰ সমীপ জানে। গ্ৰাম নামে জানি ৰচিস! পদ উপাষ॥ শ্ৰীমন্ত গাভৰুথা নাম। আয়ু অৱসানে প্ৰৱল কুলত শুনা সবে কৰ্ণভৰি। স্মৰণ কৰিয়া ৷ ১৯৩৪১ তাহানে প্ৰৱৰ মহা যত্ন কৰি পদ মনোহৰ পুণ্যৰ উদয় ঘূষিয়োক হৰি হৰি। ১৯৩৪২