পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নদী সব খলখলি মুঠিতে লুকাই মধ্যদেহ। সুৱৰ্ণৰ কৰীকৰ তোমা ৰআঙ্গুলিগণ পদযুগ অধিকে সুবেশ॥ ১৮৯৯২ কিবা লক্ষ্মী পদ্ম লৈয়া লজ্জাৰূপে আছাহা নখগণ ৰত্নেসে প্ৰমাণি। মাণিক বৈসাইলা যেন দুই পাস্তি দন্ত শোভে কোকিলৰ সম তোৰ ৰাণী॥ সজ্জনৰ কীৰ্ত্তি তুমি তোমাৰ সমান নাৰী বিধাতায়ে মিলাইলেক কিবা ৰতিদেৱ অনঙ্গৰ। ১৮৯৯৩ কিবা সুপ্ৰভাত মোৰ কোমল জঙ্ঘন তোৰ যেৱে মোৰ ঘৰে যাহা সম উষ্ণ জঙ্ঘ। জাম্বু বিধাতা মিলাইলেক আনি আগে। অশোক কলিকা যেন সৰ্ব্বকালে থাকে পূৰ্ণশশী পদ্মফুল তাৰ মাজে পশি চিৰকালে মোহোৰেসে ভাগে॥ অষ্ট বিভূতিৰ মায়া দেৱৰ। তিল-ফুলযুগ থাকে বাজে লুচন্দ্ৰৰ কান্তি কিবা আৰো দেখো নয়ন চঞ্চল। দুপাত্তি মাণিক তাৰ মাজে নতু দেখো নতু শুনো মাজতে যৱঞ্জ কামধেনু নিৰ্ম্মল বহল তাৰ তলু বিৰাট পৰ্ব্ব তেৱে মোৰ জনম সফল॥ ১৮৯৯৪ অনেক প্ৰৱন্ধ কৰি কীচকৰ দ্বাৰা সৈৰিজীৰ ৰূপ বৰ্ণনা লেচাৰি বদন দেখিলো তোৰ চুপাৰ মাজত থাকয় ভাল পোৱাল। ভৃত্য বুলি মোক চাহা খঞ্জনযুগল তাতে যে কৰে উল্লাল॥ তেৱে চন্দ্ৰ হবে তোমাৰ মুখ সমান। এহি চন্দ্ৰমুখ হুহসিত কমন পুৰুষে ধৰে চিত্ত পুৰি নমৰিব প্ৰচণ্ড মদনবাণ॥ ১৮৯৯৫ উন্নত কঠিন দুই স্তন বৰ্ত্তুল সুঠাম পীন ঘন আগ-তনু-গুটি মাণিকে আছয় গঢ়ি। যেন স্থৱৰ্ণৰ বেদী মাজে একেস্থানে দুই আসি আছে • মদন পূজাৰ দুগুটি কমল-কৰি॥ মণি-মুকুতাৰ নাহি হাৰ কান্তি জ্বলে বিনে, অলঙ্কাৰ জ্বলে মুখখানি চন্দ্ৰৰ যেন মণ্ডল। কামৰ চাবুক দুই পাটি মোৰ মনে যেন মাৰে চাটি হৃদয়ে লাগিলে হুইবেক জানো শীতল॥ '৯৬ দেখি তোৰ ৰূপ মধুৰেসে কামশৰ ভৈল শৰীৰেসে মদন অনলে পুৰি নলৱয় ঠাই। তোমাৰ সংবাদ মেঘগণে আপুনাৰ দানে বৰিষণে কাম দয়ানলে মিলাইতে তোৰ যুৱাই॥ তোমাৰ নিমিত্তে পাঞ্চবাণ মোহন মুষ্ঠন হৰিষণ চিত্ত বিদাৰণ নাৰীৰ যশ্য কৰণ। হৃদয় বিদাৰে ঘনে ঘন দহস্তে আছয় মোৰ মন ১২৮৭ আলিঙ্গন দানে কৰিয়ো মোক উদ্ধাৰ॥’৯৭ দেখিতে নোৱাৰে৷ তোৰ মুখ মোক ভঙ্গি ভুঞ্জি ৰাজ্যসুখ গন্ধ মাল্য বস্ত্ৰ পিন্ধিয়ো দিব্য ভূষণ। ৰতৰ শয্যাত ৰাত্ৰি দিনে কাম সেৱিবাহা মোৰ সনে সুখে ভুঞ্জিবাহা বহুতৰ অগ্নপনি॥