পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীষ্ম পূৰ্ব্ব দুয়ো বীৰে প্ৰহাৰ কৰা যৰ কোপে। পীড়া পাই হুয়ো পৰি থাকে এঙ্কে ফ্লোপে॥৪ শ্ৰুতি পাই পাক হয়ে আখেৰেখে উঠি। হুইকো ছুই পাচে বৈসাইলেক বজ্ৰমুঠি॥ কৰকৰি দশন চোবাৰে ভুয়োজনে। মেঘৰ গৰ্জ্জন ছুয়ো নাঙ্গে ঘনে ঘনে। ২১৪৪৬ পাচে দুয়ো ৰথত চৰিল৷ দেহি ছেপে। ধনু ধৰি শৰবৃষ্টি কৰিলন্ত বেগে॥ কাটন ফুটন শপাইত শৰচয়। ভীষ্মে প্ৰহায় বৃকোদৰে সংহাৰয়। ২১৪৪৭ ভামৰ শৰক সংহাৰয় গঙ্গাহুতে। পুণ্ডু পুনু প্ৰহাৰয় নিবাৰয় ভ্ৰুতে। বাৰিষা কালৰ যেন মহা বৰিষণ। H শৰে অন্ধকাৰ ভৈল নমৰি গগন॥ ২১৪৪৮ পাচে অৰ্দ্ধচন্দ্ৰ এক ধৰিলন্ত ডাটি। ভামৰ হাতৰ ধনু পেলাইলস্ত কাটি আন ধ্যু সাৰথি যোগাইলা শীঘ্ৰ কৰি। দুনাই ভীমে প্ৰহাৰিলা বিংশতি সপ্তৰি॥২১৪৪৯ তথাপি নঘাতে দেখি কোপে বৃকোদৰ। সাৰথিক দশ গোটা কৰিলন্ত শৰ॥ ৰথৰ ঘোঁৰাক দিলা দশ দশ বাণ। থমকিল৷ ঘোঁৰা জঙ্কাৰিয়া নাক কাণ॥ ২১৪৫০ ভীষ্মৰ হৃদয় বিদাৰিল৷ দশ শৰে। মহাপীড়৷ পায়৷ বীৰে উচ্চাস নকৰে। ছিদ্ৰ পায়৷ ভীমসেনে কৰিলেক ছন। ৰক্ষা কৰিবেক হেন নাহি একোজন৷ ২১৪৫১ মৃগযূথ মধ্যে যেন প্ৰদত্ত কেশৰী। গড়ে সৰ্পক যেন গিলে ধৰি ধৰি॥ সেহিমতে ভীমে কৌৰৱৰ সেনাগণ। নিমিষেকো নলাগিল কৰিলেক ছন৷ ২১৪৫২ সন্ধুক্ষণ হুয়া পাচে ভীষ্ম মহাবীৰ। দেখস্ত সম্মুখে আছে ৰাজা যুধিষ্ঠিৰ॥ ভীমক এৰিয়! নৃপত্তিক দিল৷ যাৰ কুৰি শৰ প্ৰহাৰি ফৰ॥ ২১৪৫৩ >8** বাটতে কাটিলা তাক গাঙ্গেয়ৰ পৰে। পুমু খেদি যায় নৃপতিৰ বৰাবৰে॥ হেন দেখি ৰাজাৰ মনত ভয় বৰ। সাৰথি বোলে ৰথ পালটা সম্বৰ। ২১৪৫৪ ৰথ ডাকি সাৰথি নিলেক পলুৱাই। পাচে পাচে ভীষ্ম ধৰিবাক খেদি যায়॥ ৰহ ৰহ বুলিয়া খেদিয়া ভৰি ভৰি। অৰ্জ্জুনক সম্বোধি মাতয় দেৱহৰি॥ ২১৪৫৫ কিবা চাই আছা সখি ৰাজাৰ বিলাই। ভীষ্মৰ হাতত ৰাথিযাক ঠাই নাই॥ হেন বেলা নৃপতিক কৰা পৰিত্ৰাণ। তুমি বিনে ৰাজাৰ উপায় নাহি আন॥ ২১৪৫৬ হেন দেখি অৰ্জ্জুনৰ ক্ৰোধ জ্বলি গৈলা। বাট ভেণ্টি ভীষ্মৰ জ্বৰিতে আগ ভৈলা॥ যমদণ্ড সদৃশ হানিয়৷ কুৰি বাণ। কুৰি গোটা ভল্লশষ হানিলা দাৰুণ॥ ২১৪৫৭ মৰ্ম্মস্থানে পৰিয়৷ বিদাৰি কলেৱৰ। হেন দেখি মহাকোপে জ্বলিলা ভীষ্মৰ। ভালেসে অৰ্জ্জুন তেৰে বুজ মোৰ কাজ। দিল৷ কুৰি গোটা ভল্ল হৃদয়ৰ মাজ। ২১৪৫৮ দুনাই শৰ জ্বৰিবাৰ নপাইলেক ওৰ। অৰ্জ্জুনৰ ধনুৰ পেলাইলা কাটি জোৰ আথেবেথে ধ্যুত লগাইলা গুণখান। ভীষ্ম শৰে পথতে কৰিলা থান থান॥ ২১৪৫* সেহি ভল্লবাণে বীৰবৰ ধনঞ্জয়। যমপুৰ দেখে যদি মাধৱ নোহয়॥ ঢলিয়া পৰিলা বীৰ মাধৱৰ পাৰে। আলিঙ্গি ধৰিল৷ হৰি মহাপ্ৰিয় ভাৱে। ২১৪৬• কেনে প্ৰাণসখি তুমি পালখিলা স্নোক। সম্মুখে যুজয় ভীষ্ম তাক দেখিয়োক॥ হেৰা খেদি পাইলে পৰা তোমাক আগাঙ্ক। ভীষ্ম লাগ পাইলে তুমি ৰাখিবাহা কাক॥ ৬১ কেতিক্ষণে চেতন লভিলা ধনঞ্জয়। কৃষ্ণক প্ৰণাম কৰি ৰোলন্ত বিনয়