পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1882 কতোছো দূৰত কতো ওচৰত কতো দেখি ঠাই ঠাই। ২১৪৩৪ সব কলেৱৰে তাসম্বাৰ শৰে পীড়া কৰে স্মৃতিৰেক। হৰি পৰশনে গুচয় সবে প্ৰত্যেক॥ অধিকে বাঢ়য় যেন কালান্তক যম। যুব্জন্তে যাগন্তে বেঢ়ি শৰ কৰে তথাপি নেৰে বিক্ৰম॥ ২১৪৩৫ শৰ প্ৰহাৰন্তে নমনিয় অৰ্জ্জুনক। বজ্ৰ সম মুঠি আপোনাৰ তেজ মাধৱে ডাকে ৰথক॥ চমু কৰি পথ এদিনাতোধিক কৰি। অৰ্জ্জুনক চাই যত খাৰ বিষ দাৰুণ কটক ৰাখিলন্ত ৰথ হৰি॥ ২১৪৩৬ কৃষ্ণৰ বচনে এৰিয়া সৈন্যৰ “ধৰে উঠি উঠি খানিকো জিৰায়ে৷ সখি। সাধু ধনঞ্জয় দিলা অৰ্জ্জুনক হুয়া সবে দেখা দেখি বীৰ ধনঞ্জয় সৈন্যৰ মধ্যত কৃষ্ণক শুনাই সৈন্যৰ ভিতিক চাই। বোলে যদুৰায় নমো দেৱহৰি সেনা সংশপ্তৰ ৰহিল৷ সাক্ষাতে যাই॥ ২১৪৩৭ সাধিলা বিজয় তোমাৰ চৰণে সংশপ্ত দলক ৰহিলা অৰ্জ্জুনে একলে সবাকো ৰণে। বুলিলা দুনাই নৰৰূপ ধৰি পশিলো শঙ্কণে হেৰা কৰো নমস্কাৰ॥ ২১৪৩৮ নাৰায়ণ সেনাগণে॥ হৰিবা ভূমিৰ ভাৰ। মহাভাৰত এই মুঢ়ষতি নজ শাস্ত্ৰৰে৷ মুহিকো পাত্ৰ। প্ৰণাম কৰোহো॥ মতিত অবোধ বিজ অি নলৈলো হৰিৰ নাম। পাতেক ছাড়োক ডাকি বোল৷ ৰাম ৰাম॥ ২১৪৩৯ সভাসদ লোক POR PALAIN (EVE দ্বিতীয় দিনৰ যুদ্ধ সঞ্জয়ত পুছে ধৃতৰাষ্ট্ৰ নৰেশ্বৰ। কহিয়ো প্ৰস্তুত কথা মহাভাৰতৰ॥ কৌৰৱৰ বীৰ্গণে কি কৰিলা পাচে। একৈক অনেক যুঙ্গে সবে চাই আছে। ২১৪৪০ ৰাজাক সম্বোধি পাচে কহস্ত সঞ্জয়। সংশপ্তক সেনাক জিনিলা ধনঞ্জয় | ৰথ ৰাখি ৰহিলা অৰ্জ্জুন দামোদৰ। ভীষ্মক সমুখ ভৈলা বীৰ হকোনৰ॥ ২১৪৪১ যেনমতে মাতঙ্গক ধাইলেক কেশৰী। সৈন্যসব বিদাৰিলা এক ভিতি কৰি। গুৰুতৰ গদা বীৰে উপৰক তুলি। ভীষ্মৰ ৰথত কোব দিল৷ হুহু বুলি॥ ২১৪৪২ ভাঙ্গিল৷ যোৱালি ঘিলা শলকা ৰথৰ। জাম্প দিয়া ভূষিত নামিয়া বীৱবৰ॥ গদাৰ কোবত ৰথ ভাঙ্গিলা ভীষ্মৰ। ৰথ ভঙ্গে ভূমিত নামিলা বীৰবৰ॥ ২১৪৪৩ দুয়ো গদ৷ ধৰিয়া যুদ্ধৰ ভৈল সম। যুগান্তকালৰ যেন দুয়ে৷ ভৈলা যম। যাক যি পাস্ত দুইকো দুই ছিদ্ৰ চাল্ড॥ একেলগে ফুৰে কতো লৱৰি পৰঙ্কি। ২১৪৪8 হুয়ো গদ| ফুৰাৱে শৰদ গুমগুমি। দুইৰে৷ পয়োভৰে ঘনে ঘনে কাম্পে তুমি।