পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1885 ভক্তিতে প্ৰধান যাৰ ভকত জনব। যুদ্ধ ৰিনে নাহি গতি জান৷ ঋত্ৰিয়ৰ॥ সন্ন্যাসীৰ গতি ব্ৰহ্মলোকে অৱধান। যুদ্ধযজ্ঞ বিনে ক্ষত্ৰিয়ৰ নাহি আন॥ ২১৩৮১ জ্ঞানীসকলৰ জ্ঞান মোক্ষ সমুদায়। জ্ঞানীয়ে৷ মুহিক৷ তুমি সমৰ বিনাই॥ যোগবলে যোগৰ অভ্যাস পৰিহৰি। তোমাৰ প্ৰেয়স নাহি সমৰক সৰি॥ ২১৩৮২ সত্যগুণে দেৱৰ অসত্য কিছু নাই। তোমাৰ শ্ৰেয়স যুদ্ধযজ্ঞ বিনে নাই। আঙ্গুৰি স্বভাৱ যাৰ নৰকৰ দ্বাৰ। যুদ্ধ কৰি সাধ৷ গতি জন্ম নাহি আৰ॥ ২১৩৮৩ পুৰুষৰ তেজ বল শকতি যাৱতে - তাৰতে সাধিবে গতি নিজ স্বভাৱতে॥ প্ৰকৃতি অচ্যুত হুয়া মোহে আলজাল। যুদ্ধ বিনে তোমাক নোবোলে কেৱে ভাল। ৮৪ ঈশ্বৰৰ বিভূতি বিভৱ মানে আনি। তাক কহো শুনা বীৰ কুন্তীৰ সন্তান॥ মোত বিনে জগতত আন বস্তু নাই। মই ঈশ্বৰৰ যে কালৰূপী সমুদায়॥ ২১৩৮৫ দেৱত উত্তম মই জানা বৃহস্পতি। বেদতো উত্তম মোক বোলয় গায়ত্ৰী। তীৰ্থতে! অধিক গঙ্গা নদী মধ্যে সাৰ। মৃগ মধ্যে কেশৰী কপিল অৱতাৰ॥ ২১৩৮৬ গ্ৰহমধ্যে শনৈশ্চৰ হস্তী ঐৰাৱত। ঘোটকৰ উচ্চৈশ্ৰৱা বৃক্ষৰ অশ্বথ। দেৱঋষি নাৰদ গন্ধৰ্ব্ব চিত্ৰসেন। পক্ষীমধ্যে গড় উবণী নাৰী যেন॥ ২১৩৮৭ ৰঘুবংশে অৱতাৰ জানিবাহা মই। পাণ্ডৱৰ মধ্যত তুমিসে ধনঞ্জয়॥ মোৰেসে বিভূতি যত দেখ৷ নিৰন্তৰ। কালৰূপে মই শেষবাৰে দণ্ডধৰ॥ ২১৩৮৮ যুদ্ধকে৷ নোৱাৰো বুলি কৰস কাতৰ। মইসে হৰিলো আয়ু সবে কৌৰৱৰ তুমি নমাৰস্তে মই মাৰিলে। এসস্থাক প্ৰতি ভয় তোমাৰ নলাগে। ২২৩৮ অৰ্জুনৰ বিশ্বৰূপ দৰ্শন নিজ ধৰ্ম্ম ৰাখি সমৰক কৰা মন। অৰ্জ্জুনে বোলন্ত প্ৰভু শুন! নাৰায়ণ যেনমতে কৌৰৱক যধিবে৷ সাম্প্ৰত। সেহি ৰূপ দেখায়োক মোহোৰ স্বাগত। ২১৩৯০ মাধৱে বোলন্ত সখি হোৱা সাৱধান। বিশ্বৰূপ তোমাত দেখাওঁ বিদ্যমান। চক্ষু মুদি ৰহিয়োক জ্ঞান দৃষ্টি চাই। মাংস চক্ষু চাহিবে তোমাৰ শক্য নাই। ২১৩৯১ আখি মুদি ৰহিলা অৰ্জ্জুন বীৰৰৰ। বিশ্বৰূপ দৰশিল! পৰম ঈশ্বৰ ব্ৰহ্মলোকে কিৰীটি পাতালে ভৰিতল। কুক্ষি ভৈল৷ সমুদ্ৰ ৰেতস ভৈল জল। ২১৩৯২ পৰ্ববতসকলে অস্থি নথ শিলাচয়। বৃক্ষসবে ৰোম দেখিলেক ধনঞ্জয় কোটি কোটি ব্ৰহ্মাগুৰ প্ৰজাপতি যত। আয়াযাত কৰে সবে লোমৰ গেৰিত॥ ২১৩৯৩ কতো আসে কতো যায় নাই ঘৰিষণ। দেখি ভয়ে অৰ্জ্জুনৰ শিহৰিল মন || কৰাল দশন জিহ্বা মেলিয়া আছয়। বৰ বৰ দিগগজ দশনে লাগিছয়॥ ২১৩৯৪ ভীষ্ম আদি কৰি মুখ্য মুখ্য বীৰগণে। মৰি মৰি আছে সবে কাল দখনে বিশাল দশন শিৰ বাহু সংখ্যাত। দেখি ভয়ে অৰ্জুনৰ কাম্পে ভবিহাত ৮২১০৯৫ ঊনশত ভাই সঙ্গে ৰাজা দুৰ্য্যোধন। মৰা যেন পৰি আছে নাহিকে চত। ৰথে সথে আপোনাক দেখে ন মনে মনে গুণে হুয়া পৰম বিস্ফৰ ২১০ কিবা সপোনত আছে। কিবা মৌন ভৈলা অৰ্জুন গাৰ বাহি