পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৮৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেৱগণে আনন্দে কুহুম বৰিষয়।” বোধ্বনি কৰি ঋষিগণে আসংশৰ॥ শীতল মলয়া বায়ু বহে ধীৰে ধীৰে। আসিলা হুৰভি গন্ধ বৰিষে শিখিৰে॥ ২১৩৬৪ ৰণভূমি পৰ্য্যটি স্বৰ্গত আৰোহিলা। মহাভাৰতৰ যুদ্ধ আৰম্ভ কৰিলা॥ গোবিন্দে বোলন্ত অৰ্জুনৰ মুখ চাই। ভীষ্ম সমে আইল৷ কৌৰৱৰ শত ভাই। ২১৬৬৫ পাণ্ডৱৰ বীৰ দমে মিলিল সমৰ। মুণ্ড তুলি চাহিয়োক পাণ্ডুৰ কুমাৰ॥ কৃষ্ণৰ বচনে বীৰবৰ সব্যসাচী। নেত্ৰ ভৰি চাইল বীৰগণ বাছি বাছি॥ ২১৩৬৬ অপাৰ সাগৰ সেনা কুৰু পাওৱৰ। দেখন্তে কম্পয় অৰ্জ্জুনৰ কলেৱৰ। প্ৰণামো মাধৱ তবু অভয় চৰণে। কোন কোন বীৰ আসিয়াছে এহি ৰণে৷ ২১৩৬৭ সবাহাস্কে দেখো এতিক্ষণে নেত্ৰ ভৰি। আৰে৷ খানিতেক ৰথ আগবাঢ়া হবি। দুয়ো সেন৷ মাজত ৰাখিল ৰথথান। প্ৰথমতে ভীষ্মক দেখিলা বিদ্যমান॥ ২১৩৬৮ গুৰু দ্ৰোণ অস্বখানা ৰাজা দুৰ্যোধন। ঊনশত ভাই সমে পাইল৷ দৰ্শন॥ সম্বন্ধী বান্ধৱ যত খণ্ডৰ মাতুল। আন কেন্দ্ৰে নাই সবে জ্ঞাতি সিফুল। ২১৩৬৯ তাক দেখি অহৰৰ লোম শিহৰিলা। সৰল বৃক্ষত যেন নিৰ্ধাত পৰিলা। সৰ্ব্বগাৰ ঘাসিলেৰ কাম্পে আতিশয়। কৃষ্ণ সাধ ভিনঞ্জ। ২১৩৭ ভীষ্ম পিতালক গৌৰত জোগ। শতভাই বোধগ স্থপতি দুৰ্যোধন আনো সব যতেক কৃপতি আছে পানি। এৰিলো | ২১৩৭১ শুনি মোৰ সমুলি ভীষ্মৰ জানো কিছু দোষ নাই। তাঙ্ক কেনে বধিবো যুদ্ধত ছল পাই৷ ২১৩৭২ দ্ৰোণ মোৰ শুৰু দুৰ্য্যোধন সহোদৰ। এসম্বাক সমৰ নকৰো দামোদৰ। আৰু শুনি আছে৷ মই ধৰ্ম্ম যে পুৰাণ৷ গোত্ৰ হত্যা জ্ঞাতি বধে নকৰো পয়াণ॥ ২১৩৭৩ যুদ্ধ হিংসা ক্ষত্ৰিয়ৰ কোনে বোলে ভাল। এসহাক মাৰি মই জীৱো কতকাল॥ যিবা ৰাজ্যভাৰ সিটে। চিৰকাল নোহে। ভাল মন্দ সংসাৰত ঋণমাত্ৰ ৰহে। ২১৩৭৪ যুদ্ধত মাৰিবে৷ যত ক্ষত্ৰিয় কুমাৰ। বিধৱা হৈবেক নাৰীগণ তাসম্বাৰ॥ উপপতি ভঙ্গি পাপ আচৰিবে বৰ। পুত্ৰ উপজিলে হৈবে বৰ্ণত সঙ্কৰ॥ ২১৩৭৫ লুপ্ত পিণ্ড ভৈলে পিতৃগণ হৈবে ভ্ৰষ্ট } ইয়ো মতে আমাৰ সকলে ধৰ্ম্ম নষ্ট | এহি জানি যুদ্ধত ভৈলোহে৷ নিবৰ্তন। পাঞ্চ ভাই জীৱিকা ফৰিবে৷ ভিক্ষাতন॥২১৩৭৬ তথাপি আমাৰ সমৰত নাহি কাজ। আজ্ঞা কৰিয়োক প্ৰভু যাওঁ বনমাজ॥ ঘনে ঘনে শৰীৰৰ লোম শিহৰিলা। হাতৰ গাভীৱ ধৰ্ম্ম খসিয়া পৰিল৷ ২১৩৭৭ মাধৱে বোলন্ত কিনো ভৈল অথাত্তৰ। অৰ্জ্জুনক সম্বোধি মাতিল৷ দামোদৰ॥ নুবুজিলা সখি তুমি আমাৰ নিৰ্ণয়। মিছা কাজে পণ্ডিত বোলাহ! ধনজৰ॥ ২১৩৭৯ কৰ্ম্ম নকৰিলে শুদ্ধ নোহে কলেৱৰ। যুদ্ধেসে প্ৰধান কৰ্ম্ম জানা জিয়া | ইহলোকে জয় পৰলোকে মোক্ষল। যুদ্ধ বিনে ক্ষত্ৰিয়ৰ জীৱন' | ১৩৭৯ কৰ্ম্মৰশে যুদ্ধযজ্ঞ মিলিছে তোমাৰ সাখ্যযোগ নাচটি পাম টিপাই।