পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত । সুৱৰ্ণৰ পাত্ৰত ভৰিয়া দিলা আনি। ঘৃত অল্প দধি ৰাজ৷ পিয়ন্ত আপুনি সপোনৰ ফলে ৰাজ্য পাইবা যুধিষ্ঠিৰ। সমৰত মাৰিব৷ সমস্তে কুৰুৰীৰ॥ ২০৮৮৩ পৃথিৱীৰ বীৰক একত্ৰ কৰি ৰণে। যুদ্ধযজ্ঞ প্ৰৱৰ্ত্তাইবা জানি আছো মনে। ভীষ্মক দ্ৰোণক পাই দ্ৰুপদকুমাৰে। ধৃষ্টদ্যুম্ন শিখণ্ডীয়ে যিবেলা সংহৰে৷ ২০৮৮৪ সমস্ত নৃপতিগণ পৰিবে ৰণত। যিবেলাত মোক ধনঞ্জয়ে কৰে হত। দুৰ্য্যোধন ৰাজ৷ সমে এক শত ভাই। যিবেলাত ভীমে একেশ্বৰে কৰে ঠাই। ২০৮৮৫ 1858 উদণ্ড হস্তীৰ গুণ কহন নযায়। দূৰত নমস্ত পাণ্ডৱক শুণ্ডে পাই॥ 20874 নাহি দ্বন্দ্ব-বাদ প্ৰজা কৌতূহল মন। হুগন্ধ শীতল বহে মলয়া পৱন। তূণ ভৰি ভৰি ভাল ভাল অস্ত্ৰ আছে। ৰণৰঙ্গে ঘোঁৰাসব থিয়লাঞ্জে নাচে॥ ২০৮৭৫ যুদ্ধক প্ৰৱন্ধ শুনি সকলে লোকৰ। ইসব লক্ষণে দেখো জয় পাণ্ডৱৰ। আৰো অদভুত দেখো কৌৰৱৰ ঠাই। ইহাক স্মৰস্তে মোৰ ৰাত্ৰি নিদ্ৰ৷ নাই॥ ২০৮৭৬ নিৰ্ভয় স্বৰূপে দেখো যত প্ৰজাচয়। ৰাত্ৰিদিনে ব্ৰাহ্মণৰ হিংস৷ আচৰয়। গুৰুক নিন্দিয়া শিষ্যে বোলে মুখ´ বৰ। নকৰে স্বামীক নিন্দি মাতে অনুত্তৰ॥ ২০৮৭৭ পিতৃক নমানে পুত্ৰে নাহি ভয় ভীত। কৌৰৱৰ মৃত্যুকাল ভৈল উপস্থিত॥ আজি ৰাতি প্ৰভু মই দেখিলো সপোন। সপোনৰ কথা আৱে শুনা নাৰায়ণ॥ ২০-৭৮- দুৰ্য্যোধন ৰাজা সমে এক শত ভাই। সপোনত সবে আসি ভৈলো একঠাই॥ ঔৰ কুসুমৰ মাল! সবাৰো শিৰত। সবে হস্তে চৰিলো গৰ্দভ বাহনত॥ ২০৮৭৯ দক্ষিণক চলি যাওঁ মৃগয়াক মনে। ভয়ঙ্কৰ গৰ্ভক দেখিলো সেহি থানে॥ দাৰ্শ পুৰুষগণে তৈতে লাগ পাইল। অধোমুখে সবাহাঙ্কে গৰ্ভত পেলাইল॥ ২০৮৮০ ভীষ্ম দ্ৰোণ সমে আসি সবে একেঠাই। সপোনতে ডৰতে কম্পিয় মোৰ কায়। সপোনত দেখিলো নৃপতি যুধিষ্ঠিৰে। তুমি সমে বসি আচ্ছা পৰ্ব্বত উপৰে॥ ২০৮৮১ শুক্ল বস্ত্ৰ পৰিধান চাৰি ভাই সঙ্গে। সসাগৰ৷ পৃথিৱী গিলন্ত মহাৰঙ্গে॥ সপোনতে ডৰতে কাম্পয় হাত ভৰি। কধিৰ পিয়ন্ত দুই আঞ্চলিক ভৰি॥ ২০৮৮২ সিবেলাত যজ্ঞ প্ৰভু হুইৰে সমাপত। দক্ষিণ৷ দিবাক পাচে গুণিবা মনত॥ যজ্ঞৰ দক্ষিণ৷ হুইবে স্থৱৰ্ণ বিহিত। স্বভাৱে সুৱৰ্ণ উপজিছে অগনিত॥ ২০৮৮৬ এহি গুণি তযু মনে কৰিবাহা সাৰ। ধৃষ্টদ্যুম্ন বীৰ আৰো দ্ৰুপদকুমাৰ॥ অগনিৰ কুণ্ডত ভৈলেক উতপতি! তাক মাৰি দক্ষিণা কৰাইবা সমাপতি॥ ২০৮৮৭ যিবেলা বিধৱা কৌৰৱৰ ভাৰ্য্যাগণ। স্বামীশোকে মহাদুখে কৰিৰে ক্ৰন্দন॥ পুত্ৰশোকে গান্ধাৰী পৰিবে মূৰ্চ্ছ। যায়। কৰ্ণ কৰ্ণ বুলিয়া কান্দিবে ৰাধা আই৷ ২০৮৮৮ নানাবিধ বিলাপ কৰিৰে ভিনে তিন। অৱভৃথ-স্নান পাণ্ডৱৰ সেহি দিন॥ মাধৱ বদতি কণ সবজান তুমি। ভূত ভবিষ্যৎ কথা কহিল৷ আপুনি॥ ২০৮৮৯ জানা যদি সবংশে মৰিব৷ ঘোৰ ৰণে। তেৱে মোৰ বচন নকৰা কি কাৰণে॥ এভো বোলে৷ শুনা মোৰ বাক্য যে প্ৰত্যেক। পাণ্ডৱৰ পাটত তোমাৰ অভিষেক। ২০৮৯০ ৰাজ৷ হয়৷ পাণ্ডৱ সহিতে দিয়া ধানি। ইয়ো ৰাজ্যখান লৈয়ো কৌৱক মাৰি