পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৮৪ গুনৰে অন্ধক তোৰ পুত্ৰ ভৈল কলুল। গুনিলিহি ইহাৰ মন্ত্ৰণা কেন ভালি॥ ২০৩৯৭ এহি কুট বুদ্ধিত চলিবি যমথান | মাধৱদ্ৰোহীৰ নাহি কহিতে| কল্যাণ॥ অগনিৰ আগে যেন পিপিলিকাবাস। কৃষ্ণক ধৰন্তে সবান্ধৱে হুইবি নাশ॥ ২০৩৯৮ মুৰ্য্যোধনে যতেক বোলয় নিন্দাবাক। কি কাৰণে পাপী শুনস্তেও নেদ-হাক॥ পাগুৱে প্ৰৱৰ্তে তোত পুত্ৰ যেন আন। তই কেনে বঞ্চক ভৈনিহি অগিয়ান॥ ২০৩৯৯ এহি বুলি মৌন ভৈল| শান্তনুনন্দন | কোপে দুৰ্য্যোধনক চাহন্তে ঘনে ঘন। সিবেলাত ভীষ্মৰ দেখিয়া কোপানল। নিশৱদে থাকিলেক সমাজ সকল৷ ২০৪০০ পূৰ্ব্বৱতে সভাত নবণি মহবলী। ৰোষ কৰি আপুন ভৱনে গৈল| চলি পিটে! ৰাত্ৰি বীৰে নিন্দ পৰিহাৰ কৰি। কৃষ্ণ ৰাম গোপাল স্মৰিল! হৰি হৰি॥ ২০৪০১ বৈশষ্পায়ন বদতি শুনিয়ে! জন্মেজয়। যেতিক্ষণে সভা ছাড়ি গৈল| মহাশয় | তেতিক্ষণে উৎপাক মিলিল ভয়ঙ্কৰ। মৰণ লক্ষণ কহে কৌৰৱ কুলৰ॥ ২০৪০২ আকাশত এঁহযুদ্ধ হুলস্থূল শুনি।

‘ঘনে ঘনে তিনিবাৰ কম্পিল ধ্ৰণী॥

দেখি মহাশোক কৰে শিষ্ট সাধুজনে। দ্ৰোগে! উঠি চলি গৈল! অসন্তোষ মনে॥১৪০৩ তেসম্বেয়ে গৈল! যেৱে অসন্তোষ মনে। পুনৰপি আলোচ কৰয় দুৰ্য্যোধনে।

ধৃতৰাষ্ট্ৰ নৃপতি কৰস্ভ বৰ শোক।

ছুই্ট পুত্ৰ দেখিয়া সবেয়ো তেজে মোক॥ ২০৪০৪ ধৃতৰাষ্ট্ৰ বোলে বাপু, মোৰ বোল কৰ।

কৃষ্ণত ধৰিবে বুদ্ধি কিঞ্চিতো নকৰ॥

আৰে| বুজাইলেক বাজি যুগুত বচনে।

উদ্দৰ| তুমিক কি কৰিবে বৰিষণে। ২০৪০৫


গীকষণৰ সপ্তববি দৰ্শন আৰু ইণ্ডিন| প্ৰবেশ কোঁৰৱৰ কথ| যত এহিমানে ধওঁ। কি কৰিলে প্ৰভাতে কৃষ্ণৰ কথা কওঁ॥ প্ৰভাততে নিত্যকৰ্ম্ম অৱসান কৰি। সাত্যকি সহিতে ৰথে চৰিলন্ত হৰি | ২০৪০৬ ৰাজপথে দাৰুকে ডাকন্ত ৰথথান। ৰৃকন্থলবাসী আসি ধৰিল| যোগান॥ মাধৱৰ আগে পাচে বেঢ়ি নাৰীনৰ। আগবাঢ়ি গৈল৷ যেন অপাৰ সাগৰ॥ ২০৪০৭ দুই দণ্ডমানে পথ আগ বঢ়াই থৈল। হৰিধ্বমি কৰি পাচে সেসিথানে ৰৈল | আত অনন্তৰে কথা শুন৷ অনুপাম৷ ্ৰহ্মাৰ মানসপুত্ৰ সপ্তখধি নাম॥ ২০৪০৮ গোবিন্দ চলিল দেখি মহাবেগে খেদি। আসিলন্ত স্বৰ্গভুৱনৰ পথ ভেদি॥ মাধৱৰ ৰথবেগ দেখি মুনিগণ। আগতে ণ্ট ৰহিলেক সপ্তখষিগণ। ২০৪০৯ মাধৱে দেখন্ত দুয়োপাশে খংবিগণ। ৰথহন্তে নামি গৈয়া নমিল| চৰণ॥ গোবিন্দে বোলন্ত গুৰু মোৰ বৰ ভাগ | অহ্মপুত্ৰ তোমাক মনুধ্যে পাইলে| লাগ। ১১০ সপ্তখৰি বদতি মাগিবে৷ এক বৰ। তিনিয়ে| ভুৱনে যাক নাহি সমসৰ॥ নুখুলিবে| অন্যত্ৰ লোকত যিব| পাই। কালবেগে নফ হুৱে তাতো দোষ নাই। ২০৪১১ যাক পাইলে ব্ৰহ্মাৰ পদত নাই ৰতি৷ আমাক দিয়োক প্ৰভু হুপ্ৰেম ভকতি॥ চৰণৰ ধূলি দিয়ে| ব্ৰহ্মাৰ বাঞ্চিত। আৰে| এক গোচৰ গুনিয়ে| মনোনীত॥ ’১২ কৌৰৱৰ পাশে তুমি চল| যি কাৰণ 1 নজানিবে মন্দমতি কৰ দুৰ্য্যোধন॥ তাক আমি বিদ্নিত কৰিবে প্ৰতি যাওঁ। তযু সঙ্গে যদি আপুনাৰ আজ্ঞ৷ পাওঁ | ২০৪১৩