উদ্ভোগ পৰ্ব্ব
১৩৮৯
বি সভাক যাব| ভূমি ধৰ্্মপ্ৰৱৰ্ত্তক | সি সভাৰ মাজে গৈয়া দেখিবে| ভীষ্মক। বিছুৰক দেখিবোহে| সাক্ষাতে দ্ৰোগক।
বাহ্িলিক সৌৱল আৰে| কৃপ আচাৰ্য্যক॥ ২০৪১৪ |
ধৰ্ম্মণীল সাধু যত কুক্ৰুদ্বগণ। তুমি সমে আলোচ কৰিব| ৰঙ্গমন॥ তাক আমি দেখিবে| নয়ন ভৰি কালি। তুমি যেৱে অনুজ্ঞা দিবাহা বনমালী॥ ২০৪১৫ অম্ৰাৱতী ব্ৰহ্মভুৱনক সীম| কৰি। দেৱতাৰ সভাক দেখিছে| ফুৰি ফুৰি॥ নতু দেখে! আমি মনুধ্যৰ সভ| কেনে | সি কাৰণে আজ্ঞ| মাগো তোমাৰ চৰণে॥২০৪১৬ মাধৱে বোলন্ত চলিয়োক অব্যাহতে। সমজ্যাক লাগি চলি ষাইব| প্ৰভাততে॥ গোবিন্দৰ বাক্য শুনি পৰম হৰিষি। আপুন থানক চলি গৈল| সপ্তখৰৰি॥ ২০৪১৭ পুনৰপি কৃষ্ণ নিজৰথে পয়োসাৰ। কৌৰৱৰ ৰাজ্যজয় এৰাইলা আপাৰ॥ এৰাইলন্ত নদী নদ বহুতৰ দেশ। হস্তিনাপুৰত হৰি ভৈলন্ত প্ৰবেশ॥ ২৭৪১৮ গুনি সচকিত ভৈল| ধৃতৰাষ্ট্ৰ ৰাজ। আগবাঢ়িবাক গৈলা বহুতৰ প্ৰজ৷॥ গুনিয়োক সভাসদ ভকতিসে সাৰ। ভকতিত বশ্য মাত্ৰ দৈৱকী-কুমাৰ॥ ২০৪১৯ জ্ঞানতো কৰ্ম্মতে| কৰি ভকতিসে বৰ। ভকতিত পৰে জান| গতি নাহি আৰ॥ পাণ্ডৱতে ইটো| কথা লৈয়োক প্ৰমা৭। দেখ| কেনে দুত ভৈল দেৱজনাৰ্দ্দন॥৷ ২০৪২০ যিজনে ভকতি কৰে তাৰে বশ্য হৰি। আপুনি অধীন হুয়া থাকন্ত সাদৰি॥ এতেকতে ভকতিৰ বুজি অভিপ্ৰায়। সেৱকৰ কৰ্ম্মক কৰন্ত যদুৰায়॥ ২ ০৪২১ হেন জানি হৰিভকতিৰ কাম কৰ|। মাধৱৰ গুণনাম হৃদয়ত ধৰ৷।
১৭৪
|/কহে ৰাম সৰস্বতী আন কাম এৰি। | নিৱজ্তবে নৰে ডাকি ধোল| হৰি হৰি। ২০৪২২
৷
হৃস্তীনাত গীক্ষ্ণৰ অভ্যৰ্থনা
দুলড়ী
জয় নমো বামু নিত্য নিৰঞ্জন পুৰাণ পুৰুষ হৰি।
ভাৰতৰ পদ প্ৰচাৰ কবিবে তযু পদ অনুসৰি॥ ন
৷ হস্তিনাপুৰত প্ৰবেশ ভৈলন্ত
| যদি দেৱ জনাৰ্দ্দন।
৷ উস মিস কৰি সকলে নগৰী লোক আনন্দিত মন॥ ২০৪২৩
প্ৰথমতে দ্ৰোণ বিহুৰ চলিল! ভীষ্ম সমে তিনি আগ।
বাহ্লীক প্ৰমুখ্যে যতেক নৃপতি পাচতে ধৰিল| লাগ।
বল্য বৃদ্ধ যুবা সবেয়ে| চলিল গৃহে নথাকিল কেৱ।
মনে অনুৰাগ বোলে বৰ ভাগ দেখিবে| যাদৱ দেৱ॥ ২০৪২৪
কৃষ্ণক দেখিতে সবেয়ে| চলিল দেখিবে| সাবঙ্গপাণি।
জয় কৃষ্ণ জয় জোকাৰ পাৰয় স্বৰ্গকে| লঙ্ঘিল ধ্বনি॥
দুখী ভিথ্বী যত তেগৰ্বো চলিল সকলে নগৰ চানি!
অন্ধক নৃপতি নগৰে থাকিল দুৰ্য্যোধন মহামানী। ২০৪২৫
লেট এল