পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৭৮

স্বৃৱৰ্ণ দৰ্পণ দিল| ঘোটকৰ মাথে ৷

গৰুড় ধ্বজক আনি তুলিলন্ত ৰথে ৷৷ ২০২৯৭ নান| ৰত্নে জিকি পাৰে দেখি চিকিমিক | কৃষ্ণৰ আগত ৰথ যোগাইল| দাৰুক ॥

উচ্চ ৰথখান চাৰি ঘে'ৰ| হৃষ্ট পুট ৷

ঘেঁব| দেখি মাধৱৰ মন ভৈল তুষ্ট | ২০২৯৮ এতহন্তে অন্তেষপুৰৰ কন্যাগণে !

কতে| দুৰ্ব্বাক্ষত দিল| কতো আলিম্পনে কুম্ভে জল ভৰি ফুল পল্লৱে শোভন।

দ্ৰোণ ভৰি ভৰি ধথৈল| দুৰ্ব্বাক্ষতগণ ৷ ২০২৯৯ নুহি খীষ্ম মুহি শীত শৰতৰ অন্তে।

কাৰ্ড্ডিকৰ শেষত আজ্রাণ নতু হন্তে ৷৷

ধৌম্যে অগ্নি জ্বালিলন্ত মঙ্গল বিশ্যে।

ডেৱ দিয়| ৰথত উঠিল| হৃষীকেশ ॥ ২০৩০০ সাত্যকিকে ৰথত তুলিলা! জনাৰ্দ্দন ।

ডেৱ দিয়া দাৰুকেয়ে| চড়িল| তেখন |

ভীম ধনঞ্জয় মাৰ্ৰীহৃত ভিন্নে ভিন্নে ।

যুধিষ্ঠিৰে যাত্ৰ৷ আসি দিলন্ত আপুনে ৷৷ ২০৩০১ মাধৱৰ যাত্ৰ| শুনি আনন্দিত মন।

ইন্দ্ৰে সমে আসিল ত্ৰিদশ দেৱগণ ॥

নাৰদ তুম্বক আদি মুনি অপৰধ্যন্ত।

অপেস্বৰ| নাচয় গন্ধৰ্ব্বে গীত গান্ত || ২০৩০২ আঠাইশ সহস্ৰ থবি আসিল সকল।

আগহনস্তে কুশ বামহনস্তে গঙ্গাজল |

দেখি কৃষ্ণে ৰথে সমে প্রদক্ষিণভাৱে । দেৱতাক খনষিক নমিল| গাৱে গাৱে ॥৷ ২০৩০৩ দেৱগণে পুষ্প বৰিষিল! ৰথ ঢাকি।

মুনিগণে ফল বৰিষিল| আমলকী |

খষিগণে মন্ত্ৰ পঢ়ি পৱিত্ৰ কৌমল।

ৰথত কুশৰ অগ্ৰে সিঞ্চিলন্ত জল ॥ ২০৩০৪ সিবেলাত ভৈল দশোদিশ স্নুপ্ৰসঙ্ন।

ধীৰে ধীৰে বহে মন্দ মলয়| পৱন ॥

মাধৱৰ যাত্ৰ৷ দেখি পশুপক্ষীগণ।

দক্ষিণ বামক লাগি কৰিল৷ গমন ॥ ২০৩০৫

মহ্থাডাৰত

|

|

1 ঢু | ৷

অশোভন ধিটে| অমঙ্গল সৰ্ব্বকাল। হেন পণুপক্ষীগণ গৈল বামফাল ॥ স্থশোভন পগুপক্ষী দক্ষিণক গৈল।

৷ সজ্জন জনব মন আনন্দিত ভৈল ৷ ২৭৩০৬

যেতিক্ষণে পয়াণি কৰিল| জগন্নাথ । হস্তিনাপুৰত ভৈল থোৰ উতপাত ॥ অনাবাৱে ৰৃক্ষ ভাগে ৰুধিৰ বৰিষে ।

ঘোৰ অন্ধকাৰ্ময় ভৈল দশোদিশে ॥ ২০৩০৭ হস্তী-ধেঁৰ| কান্দে অনামেঘে বজ্ৰ পৰে। দেখি কুৰুসমাজি আকুল ভৈল বৰে ॥৷

মাধৱে| আনন্দে চলি যান্ত ৰাজপথে ।

' যুধিষ্ঠিৰ চবিলন্ত মাধৱৰ ৰথে ॥ ২০৩০৮

নিজ ৰথে চড়ি চলি গৈল| ৰাজাগণ । পাঞ্চোভাই গৈল| আগবঢ়াইবাক মন ॥ দাৰুকে ডাকন্ত ৰথ চলে সমগতি ৷

' অনন্তৰে যুধিষ্ঠিৰ কৃষ্ণত বদতি ॥ ২০৩০৯ | পিতামহ ভীষ্ম দ্ৰোণ খুৰাই বিছুৰে।


মোৰ অৰ্থে মাধৱ সবাৰে চিত্ত পোৰে ॥

শয়নে ভোজনে মোক কৰে আশীৰ্ব্বাদ ।

যাৰ পদে নিস্তৰিলে| দুৰ্ঘোৰ প্ৰমাদ ॥ ২০৩১০ মোৰ অৰ্থে স্নেহ এৰিলন্ত দেৱ ৰাইট ।

নিদাৰুণ বুকত বান্ধিলে| মই কাষ্ঠ ॥

পিতৃ মৰিলন্ত আমি পাঞ্চগুটি ভাই ।

| কোৌৰৱে নিকাৰ কৰে অনাথিতি পাই ৷ ২০৬১১

পাখি ঢাকি শিশুক চটকে যেনমত।

তাৰ গুণ স্নুজিবে| বধিবে! সমৰত ॥

দুধ্যোধনে পূজা কৰে পূৰি মনকায়| । তথাপিতে| তিনিৰে৷ আমাক বৰ দয়া ॥ ২০৩১২ কৌৰৱৰ পাশে তুমি চল| মহাবল ।

তাসম্বাক প্রণামিবা আমাৰ বোদল ॥ জোপগুহদাহৰ কথ| কহিল আমাত ৷

বিছুৰক আশংসিয| শুত্ৰ গৰ্ভে জাত ॥৷ ২০৩১৩ ঘনে ঘনে আমাৰ নয়নে নীৰ বহে।

কুম্ভীক স্মৰন্তে মোৰ পৰাণ নমৰে ॥