পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্তোগি পৰ্ব্ব ১৩৭৭

সত্যে সত্যে কহে| যে সংগোপ্য কৰি সাৰ । অল্পকালে কৌৰৱ হৈবেক বুন্দামাৰ ॥

ুনিয়ে| দ্ৰৌপদী মই কহিলে৷ বুন্লাই।

যেই সেই নঙ্গানে আমাৰ অভিপ্ৰায় ৷৷ ২০২৮১ মই জানো পাপী দুৰ্য্যোধন বৰ মন্দ। কদাচিতে| মই তাৰ নভাঙ্গিবে! দন্দ ॥

ভেদ মতি যেন হুবে কন্দল সংগ্ৰাম ।

বাস্তৱত আমাৰ যাইবাৰ এহি কাম ॥ ২০২৮২ মই যাওঁ যদি পাগুৱৰ দুত হুই ।

কৌৰৱৰ গৃহত পশিল সোণগুই ॥

ছুৰ্ধ্যোধন আদি কৌৰৱৰ ভাৰ্যা যত ৷

তুমি শে(কে ক্ৰন্দন কৰাহ!| যেনমত | ২০২৮৩ ততোধিক ত্ৰন্দন কৰিব শোকে হুখে। জ্ৰুপদনন্দিনী তুমি পৰিহৰা শোকে ॥

বেদবাক্য ৰৃথ৷ নাহি জান! সাৰেসাৰ। কদাচিতো মিছ| নুহি বচন আমাৰ ৷৷ ১০২৮৪ সাগৰ শুখাই যদি স্বৰ্গ পৰে ভাগি ।

চলয় পৃথিৱী যদি ৰসাতল লাগি ॥৷

জলথল পাতাল যদ্যপি একাকাৰ ।

তথাপিতে| মিছ| নাহি বচন আমাৰ ৷৷ ২০২৮৫ মাধৱৰ প্রবোধে দ্ৰৌপদী শাস্ত ভৈলা ।

ধীৰে ধীৰে স্নন্দৰীয়ো অভ্যস্তৰে গৈল| ॥

শকন্ষণৰ কৌৰৱৰ ৰাজসভালৈ গমন বৈশম্পায়ন বদতি শুনিয়ে| নৰেশ্বৰ ৷ দ্ৰৌপদীক প্ৰবোধ কৰিল| দামোদৰ | ২০২৮৬ প্রবোধন্তে কথাতে অৰ্দ্ধেক ৰাল্ৰি গৈল। মাধৱ যাইবাৰ হেন কথা নিষ্ঠ ভৈল ॥ এত হস্তে সমাজ বিসঞ্জি যুধিষ্ঠিৰ । শয়ন কৰিল| পাচে আপুন মন্দিৰ ৷৷ ২০২৮৭ স্থৱ্ণৰ খাটত গুতিল| নৰেশ্বৰ । মনে কৃষ্ণচৰণ স্থমৰি নিৰঞ্ভৰ ৷৷ স্বকী স্বকী থানে চলি গৈলেক সকলে। মাধৱেয়ে| শয়ন কৰিল| কৌতূহলে ৷৷ ২০২৮৮

১৭৩


যথ| কালযোগে সিটো ৰাত্ৰি ভৈল হত। অৰুণ উদয় ববি কিঞ্চিত বেকত ॥ সেহিবেল| সনত যে মাগধ বন্দী গই। মাধৱক প্রবোধিল| তালযন্ত্ৰ লই ॥ ২০২৮৯ সেহিবেল| প্রভু উঠিলন্ত হৃষীকেশ। শৌচ ক্ৰিয়া অন্তে স্নানমন্দিৰে প্রবেশ ॥ যুধিষ্ঠিৰে নিযোজিল| কন্যা যে সকল। স্থৱৰ্ণৰ কলসে কলসে ঢালে জল ॥ ২০২৯০ স্নান কৰি কৃষ্ণে বেদবিহিত তথাতে । আদিত্যক উপাস| কৰিল৷ বিধিমতে ॥ দেৱতাক নমিল| আদিত্য অগ্নি সোম |

| অনন্তে কৃষ্ণে পাচে কৰিলন্ত হোম ৷৷ ২০২৯১

পাচে অভ্যাগ্‌তক কৰাইল| স্নান পান। হোম অৱসানে ব্ৰাহ্মণক দিল| দান |

দান লভি হাতত ধৰিয়!| ফুল ফল। আশীৰ্ব্বাদ কৰিলন্ত ব্ৰাহ্মণলকল ॥৷ ২০২৯২ গাৱে গাৱে ব্ৰাহ্মণৰ নমিল| চৰণ।

পাচে আশীৰ্ব্বাদ লৈল| দৈৱকীনন্দন ॥ এহিয়তে নিত্যকৰ্ম্ম অৱসান কৰি।

পাচে সিংহাসনত বসিল| দেৱহৰি ৷ ২৭২৯৩ বেঢ়ি বেঢ়ি আছে পাগুৱৰ যত বীৰ | সাত্যকিক কৃষ্ণে মাতিলন্ত ধীৰে ধীৰ ॥ গুন শুন সাত্যকি মোহোৰ বোল জান। দাৰুকক আদেশ৷ সাজোক ৰথখান ৷৷ ২০২৯৪ গদ| খড়গ সাৰঙ্গ অক্ষয় তুণ বাণ৷

ৰথতে নিবন্ধি মোব থোক থানে থান ॥ মুবুজিয়| চিত্ত কুক সমাজ কপটী ।

জানে| দন্দ ভাঙ্গন্তে লাগয় কাট্‌কাটি ॥৷ ২০২৯৫ মাধৱৰ বাক্য শিৰোগত কৰি সাৰ। দাককৰ আগত সাত্যকি পয়োসাৰ ॥ মাধৱৰ আদেশ সাত্যকি মুখে শুনি | ৰথখান নিৰ্ম্মিলন্ত অনেক যতনি ॥ ২০২৯৬ সব্য যে স্নুগ্ৰীৱ মেঘপুষ্প বলাহক।

ৰথত যুবিল| আনি চাৰিয়ো ঘোটক ॥